পেৰিছ অলিম্পিকত ইতিহাস ৰচিলে মনু ভাকেৰে
চলিত পেৰিছ অলিম্পিকত ইতিহাস ৰচিলে মনু ভাকেৰে । বিগত দেওবাৰে ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰা মনু ভাকেৰে আজি সৰৱজোৎ সিঙৰ সৈতে যুটী বান্ধি ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ জৰিয়তে চলিত অলিম্পিকত একেটা শাখাত দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈৰ কৃতিত্ব লভিলে ভাৰতৰ মনু ভাকেৰে। মনু ভাকেৰৰ […]