Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

নৱম বাৰ্ষিক বেংমৰা কাপ ২০২৫ সফল সামৰণি

অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ সৌজন্যত পানীতোলা স্পৰ্টছ একাডেমিৰ উদ্যোগত আয়োজিত নৱম বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ বেংমৰা কাপ ২০২৫ ফুটবল প্ৰতিযোগিতা খনি উৎসাহ-উদ্দীপনাৰে সমাপ্ত হয়। তিনিচুকীয়া জিলাৰ পানীতোলা স্পৰ্টচ ক্লাবৰ খেলপথাৰত ২১ ডিচেম্বৰ ২০২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনি ০৪ জানুৱাৰী ২০২৬ তাৰিখে […]

মাত্ৰ ২০০ টকাৰ জৰিয়তে হ’ব পাৰিব ২৫ লাখ টকাৰ অধিকাৰী! যাদু নহয়, হাততে আছে উপায়

বৰ্তমানৰ পৰিস্থিতিত বিনিয়োগ আৰু সম্পদ সৃষ্টিৰ বাবে লাখ লাখ টকাৰ প্ৰয়োজন নাই। প্ৰয়োজন মাথোঁ অনুশাসন তথা শৃংখলাবদ্ধতাৰ। দৈনিক মাত্ৰ ২০০ টকা সঞ্চয় কৰিয়েই আপুনি হ’ব পাৰে ২৫ লাখ টকাৰ গৰাকী! পিছে কিদৰে সম্ভৱ এয়া! বিনিয়োগ কৰিবলৈ বহুত টকাৰ প্ৰয়োজন বুলি ভাবি আপুনি এই ক্ষেত্ৰত আগনবঢ়াকৈ আছে নেকি? যদি তেনেদৰে ভাবিছে, তেতিয়াহ’লে আপুনি ভুল কৰিছে। বৰ্তমানৰ […]

Vast Majority of Psychiatric Patients in India Still Miss Out on Timely Care

A major mental health alarm has been raised by the Indian Psychiatric Society (IPS), warning that over 80 per cent of people with psychiatric disorders in India do not receive timely or adequate care. This gap in mental healthcare is one of the widest in the world and reflects deep-rooted social and systemic issues. Psychiatric […]

‘আমি কাৰো দাস নহওঁ’, ট্ৰাম্পক প্ৰত্যাহ্বান জনাই মাদুৰোৰ আসনত বহিল ডেলচি ৰড্ৰিগেজ

আমেৰিকা আৰু ভেনিজুৱেলাৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সামৰিক উত্তেজনাৰ মাজতে এক নাটকীয় পৰিৱৰ্তন ঘটিছে। ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে দেশখনৰ উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰিছে। আদালতে জনাইছে যে এতিয়াৰ পৰা ৰড্ৰিগেজেই দেশৰ প্ৰশাসনৰ মুৰব্বী হোৱাৰ লগতে সামগ্ৰিক প্ৰতিৰক্ষাৰ দায়িত্বও পালন কৰিব। ক্ষমতা গ্ৰহণ কৰিয়েই ৰড্ৰিগেজে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক তীব্ৰ সমালোচনা কৰে। তেওঁ স্পষ্টকৈ […]

বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বিশ্ব দৰবাৰত বাগৰুম্বা নৃত্য

অসম চৰকাৰৰ বাগৰুম্বা নৃ্ত্যানুষ্ঠানৰ মহা আয়োজন। বিহু আৰু ঝুমইৰ বিনন্দিনীৰ পাছত এইবাৰ ১০০০০ ৰো অধিক নৃত্য শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব এই বাগৰুম্বা নৃত্যৰ অনুষ্ঠান । ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই বাগৰুম্বা নৃত্যৰ অনুষ্ঠান । এই বৃহৎ অনুষ্ঠানত ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব […]

जुबीन गर्ग केस: सिद्धार्थ शर्मा पर ₹1.1 करोड़ फंड मिसयूज का आरोप

जुबीन गर्ग की रहस्यमयी मौत के मामले में नया और बड़ा खुलासा सामने आया है। मुख्य आरोपी सिद्धार्थ शर्मा पर करीब ₹1.1 करोड़ के फंड मिसयूज का गंभीर आरोप है। पुलिस के अनुसार, यह पैसा सिद्धार्थ और चेतन धीरचारिया की कंपनी Mahavir Aqua में लगाया गया। पूछताछ में सिद्धार्थ ने कबूल किया कि यह पैसा […]

U.S. Military Strikes Venezuela, Maduro Declares State of Emergency as Region Faces Major Escalation

Tensions between the United States and Venezuela escalated sharply today after military strikes hit several locations in Venezuela, including the capital Caracas and nearby states. Venezuelan President Nicolás Maduro declared a state of emergency, accusing the U.S. of “military aggression” and mobilising defence forces amid explosions and reports of air activity over key sites. According […]

बांग्लादेश के तेज गेंदबाज मुस्ताफिजुर रहमान अब IPL 2026 में नहीं खेलेंगे

IPL 2026 में बड़ा विवाद खड़ा हो गया है। BCCI ने कोलकाता नाइट राइडर्स को साफ निर्देश दिया है कि बांग्लादेशी तेज गेंदबाज मुस्ताफिजुर रहमान को अपनी टीम से बाहर करें। इस कदम के पीछे हाल ही में बांग्लादेश में हिंदुओं के खिलाफ हिंसा को BADI वजह माना जा रहा है। दो हिन्दुओं की निर्मम […]

Indian Men’s Cricket Team Full 2026 Schedule Revealed Ahead of T20 World Cup

The Board of Control for Cricket in India (BCCI) has announced the Indian men’s cricket team’s complete calendar for 2026, with the T20 World Cup forming the centrepiece of a busy year. Fans now know when and where the team will play across formats as India targets major silverware on home soil and abroad. India […]

নৱবৰ্ষৰ দ্বিতীয়টো দিনতে বন বিভাগ তথা হোজাই জিলা প্রশাসনৰ উচ্ছেদ

ইংৰাজী নৱবৰ্ষৰ 2026 ৰ দ্বিতীয়টো দিনতে অর্থাৎ আজি ডবকাৰ যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলত পুৱাৰে পৰা বেদখল উচ্ছেদ আৰম্ভ কৰে বন বিভাগ তথা হোজাই জিলা প্রশাসনে। ইতিমধ্যে বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই ৫ হেজাৰ ৮০০ বিঘা ভূমি অবৈধ দখলত থকাৰ তথ্য উদ্ধাৰ কৰি ১২শৰো অধিক বেদখলকাৰীলৈ জাননী জাৰি কৰিছিল কিন্তু তাৰে ১৫০ ঘৰ লোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্তা […]

Wordpress Social Share Plugin powered by Ultimatelysocial