बांग्लादेश की पूर्व प्रधानमंत्री खालिदा जिया का निधन

बांग्लादेश से आज एक एक बड़ी और दुखद खबर सामने आई। बांग्लादेश नेशनलिस्ट पार्टी की प्रमुख और देश की पूर्व प्रधानमंत्री बेगम खालिदा जिया का निधन हो गया है। लंबे समय से बीमार चल रहीं खालिदा जिया ने ढाका के एवर केयर हॉस्पिटल में आज सुबह छह बजे आखिरी सांस ली। वह अस्सी साल की […]
প্ৰকৃতিৰ শত্ৰু! যাদৱ পায়েঙৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত মোলাই কাঠনিত দুৰ্বৃত্তৰ অগ্নিসংযোগ

বিখ্যাত পৰিৱেশবিদ যাদৱ পায়েঙৰ মোলাই কাঠনি সৈতে জড়িত পুনৰ বনানীকৰণ স্থানত দুৰ্বৃত্তৰ অগ্নিসংযোগৰ ফলত কিছু অংশ ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ উঠিছে। এই ঘটনাই ‘অৰণ্য মানৱ’ৰ ব্ৰহ্মপুত্ৰৰ পাৰ সংৰক্ষণ প্ৰচেষ্টাৰ সুৰক্ষাৰ ওপৰতো উদ্বেগ প্ৰকাশ কৰিছে। যোৱা দুবছৰ ধৰি বালিচৰত বনানীকৰণৰ কাম চলি থকা নতুনকৈ গঢ়া স্থানত দেওবাৰে (২৮ ডিচেম্বৰ) বিয়লি অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। অচিনাক্ত […]
China Issues Draft Rules to Regulate AI With Human-Like Interaction

China has unveiled draft regulations to tighten oversight of artificial intelligence systems that exhibit humanlike interaction, in a sign of Beijing’s growing focus on ethical, social, and security risks from rapidly advancing AI technologies. The draft rules, issued by the country’s cyberspace regulator and opened for public consultation, are expected to shape how consumer-facing AI […]
আজিৰে পৰা আৰম্ভ বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সোণালী জয়ন্তী

১৯৭০ চনতে অঞ্চলটোৰ কেইগৰাকীমান মহানুভৱ ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত জন্মলাভ কৰা বিশ্বনাথ চাৰিআলি নগৰ সমিতিখন ২০১১ চনত পৌৰসভালৈ উন্নীত হয়। বৰ্তমান ১২ টা ৱাৰ্ডৰে গঠিত হৈছে বিশ্বনাথ পৌৰসভা। ইতিমধ্যে ৫৫ বছৰ অতিক্ৰম কৰা পৌৰসভাখনৰ বহু আকাংক্ষিত সোণালী জয়ন্তী মহোৎসৱ আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হৈছে। আজি ৫৫ খন পতাকা উত্তোলনৰে আৰম্ভ হয় সোনালী জয়ন্তীৰ কাৰ্যসূচী। […]
असम की अर्थव्यवस्था में देश में सबसे तेज़ उछाल

RBI की ताज़ा रिपोर्ट ने असम के लिए बड़ी खुशख़बरी दी है। रिपोर्ट के मुताबिक पिछले पाँच साल में असम की अर्थव्यवस्था में सबसे तेज़ विकास हुआ है। इस दौरान असम की GSDP ग्रोथ 45% दर्ज की गई है, जो पूरे देश में सबसे ज़्यादा है। मुख्यमंत्री हिमंत बिस्वा सरमा ने इसे असम के लोगों […]
সোমবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ:

সোমবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। বিমান বন্দৰত গৃহমন্ত্ৰী গৰাকীক আদৰণী জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।কেইবাটাও প্রকল্প উদ্বোধন তথা দিনজোৰা কাৰ্যসূচীৰে সোমবাৰে ১১ বজাত উপস্থিত হয় গৃহমন্ত্ৰী গৰাকী। গৃহমন্ত্ৰী গৰাকী আহমেদাবাদৰ পৰা দেওবাৰে নিশা গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল যদিও কুঁৱলীৰ বাবে তেওঁৰ বিমানখন উৰণ কৰিব নোৱাৰাৰ বাবে তেওঁৰ ভ্ৰমণ সোমবাৰলৈ স্থগিত ৰখা […]
ঐতিহাসিক শিৱসাগৰৰ তলাতল ঘৰৰ সমিপৰত বিচৰণ কৰা এজাক কামচৰাইৰ দৃষ্টিনন্দন ৰূপ

কাম চৰাই হৈছে এক উজ্জ্বল ৰঙৰ ৰঙা ঠোঁটযুক্ত আৰ্দ্ৰভূমিৰ চৰাই, যাক অসমীয়া লোককথা আৰু গীত-মাতত বহুলভাৱে উল্লেখ কৰা হৈছে, বিশেষকৈ “কাম চৰাই ৰঙা ঠোঁট” আদি শব্দবন্ধৰ বাবে জনপ্ৰিয়; ইয়াৰ উজ্জ্বল নীলা বা বেঙুনীয়া বৰণ আৰু ডাঙৰ ৰঙা ঠোঁটেৰে সহজে চিনাক্ত কৰিব পাৰি আৰু ই জলাশয়ৰ কাষত জাকে জাকে বিচৰণ কৰে । ঐতিহাসিক শিৱসাগৰৰ তলাতলঘৰৰ সমিপৰত […]
ধ্বংসস্তুপত পৰিণত হ’ল বিশ্বনাথৰ এটা মছজিদ

ৰাজ্যত উচ্ছেদ অভিযান এতিয়াও অপৰিৱৰ্তিত ৰূপত আছে। এইবাৰ বিশ্বনাথৰ নিজ বাঘমাৰীত চলিল প্ৰশাসনৰ বুলড’জাৰ । উল্লেখ্য যে, মুঠ ৭৩২ টা পৰিয়াললৈ যোৱা আগষ্ট মাহতে জিলা প্ৰশাসনে বেদখলকাৰীলৈ প্ৰেৰণ কৰিছিল জাননী । ইয়াৰ পাছতেই একাংশ লোকে কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ। ইয়াৰ পাছতে উচ্চ ন্যায়লয়ে উচ্ছেদ অভিযান স্থগিতাৰ্দেশ জাৰি কৰিছিল । অৱশেষত ,আজি ন্যায়লয়ৰ কাষ চপা ৬৮ […]
Adani Inaugurates Sharadchandra Pawar Centre of Excellence in Artificial Intelligence in Baramati

Business tycoon Gautam Adani on Sunday opened the Sharadchandra Pawar Centre of Excellence in Artificial Intelligence located in the state of Maharashtra’s district of Pune, an important milestone in bolstering AI development capabilities within India. The Centre comes under the umbrella organisation Vidya Pratishthan, an educational organisation with roots within the Pawar family, funded by […]
উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ হ’ব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ

অপেক্ষা আৰু কিছু মুহূৰ্তৰ। আজি নিশা ১১ বজাত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা কইনাধৰা অতিথিশালাত কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। সোমবাৰে গুৱাহাটীত মুকলি হ’ব অত্যাধুনিক জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব খানাপাৰাৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ হ’ব প্ৰেক্ষাগৃহটো। গৃহমন্ত্ৰীৰ আগমনক লৈ এতিয়া বৃদ্ধি পাইছে ৰাজ্য চৰকাৰৰ তৎপৰতা। […]