Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

কিয় গৌৰৱ গগৈক লৈ সন্তুষ্ট নহয় নিজ দলৰে নেতা কৰ্মী?

কংগ্ৰেছত পদত্যাগৰ ধুমুহা।বিজেপিত যোগদানৰ জোৱাৰ।গৌৰৱ গগৈৰ ওপৰত খৰ্গহস্ত হৈ দল এৰিছিল ভূপেন বৰাই।এইবাৰ দল এৰিলে প্ৰদ্যুত বৰদলৈয়ে।কংগ্ৰেছ দল এৰি যোগদান কৰিলে বিজেপিত। ভুপেন বৰা, প্ৰদ্যুত বৰদলৈৰ দৰে কংগ্ৰেছ নেতাৰ পদত্যাগে ধ্বংস কৰিব নেকি কংগ্ৰেছৰ ভৱিষ্যত?সমাগত নিৰ্বাচন,৯ এপ্রিলত ভোট গ্রহণ। ৰাজ্যৰ ৰাজনীতিত ধুমুহা।নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত।ইজনৰ পিছত সিজন নেতাই এৰিছে কংগ্ৰেছ। প্ৰদ্যুত বৰদলৈৰ পদত্যাগৰ পিছত […]

ৰাইজৰ দল’ৰ সৈতে মিত্ৰতা কিয় নহল কংগ্রেছৰ? সামাজিক মাধ্যমযোগে ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ

সমাগত অসম বিধানসভা নিৰ্বাচনত অখিল গগৈৰ ‘ৰাইজৰ দল’ৰ সৈতে মিত্ৰতা নহয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ। ‘ৰাইজৰ দল’ৰ সৈতে আনুষ্ঠানিকভাৱে ভংগ হ’ল কংগ্ৰেছৰ মিত্ৰতা। ‘ৰাইজৰ দলে বিচৰাধৰণে আসন এৰি দিব নোৱাৰে কংগ্ৰেছে।সামাজিক মাধ্যমযোগে এই ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ। বহু চেষ্টা কৰিও মিত্ৰতা কৰাত বিফল হোৱা বুলি মন্তব্য গৌৰৱৰ। মিত্ৰতা নোহোৱাৰ বাবে ‘ৰাইজৰ দল’কে […]

ড০ জ্ঞানশ্ৰী বৰাক প্ৰত্যাহ্বান জনাই ৰূপজ্যোতি কুৰ্মীয়ে কৰিলে বিশেষ মন্তব্য

সমাগত বিধানসভাৰ নিৰ্বাচন। মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনী বতাহ। প্ৰস্তুতি তুংগত প্ৰটিতো ৰাজনৈতিক দলৰ। প্ৰতিটো দলেই নিজা নিজাকৈ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো সমষ্টিতেই এতিয়া প্ৰাৰ্থী সকল কাষ চাপিছে ৰাইজৰ। মৰিয়নি সমষ্টিত ধনু নামেৰে খ্যাত ৰূপজ্যোতি কুৰ্মীৰ বিপৰিতে দেখা যাব ৰাইজৰ দলৰ প্ৰাৰ্থী ড০ জ্ঞানশ্ৰী বৰাক। ৰাইজৰ দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ […]

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহানুভৱতা

ৰাজ্যত চলি আছে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা।তেজপুৰৰ পৰা আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰা মধ্য অসম হৈ আজি বিহপুৰীয়াত উপস্থিত হৈছে।ভূপেন বৰাৰ লগত বিহপুৰীয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ জন আশীৰ্বাদ যাত্ৰা। এই জন আশীৰ্বাদ যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ দেখুৱালে মহানুভৱতা।জন সমুদ্ৰত পৰিণত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত ৰাজপথত হঠাৎ […]

উজনিত হৰ্ডিং লগাই শ্লোগান দি মিঞাৰ বিৰুদ্ধে অসমবাসীক সজাগ হোৱাৰ আহ্বান জাতীয় সংগঠনৰ

উজনি অসমত তীব্ৰতৰ হৈ উঠিছে মিঞা বিৰোধী অভিযান। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মিঞাক আক্ৰমণ কৰি বিভিন্ন শ্লগানেৰে হৰ্ডিং, পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ বিভিন্ন দল-সংগঠনৰ। উজনি অসমৰ লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, দুলীয়াজানকে আদি কৰি বিভিন্ন অঞ্চলত ৰাস্তাৰ কাষত বৃহৎ বৃহৎ হৰ্ডিং লগাই মিঞাৰ বিৰুদ্ধে সাধাৰণ জনতাক সজাগ কৰিবলৈ চেষ্টা কৰিছে বিভিন্ন দল-সংগঠনে। প্ৰায় বহু সংখ্যক দল-সংগঠনে নিজাববীয়াকৈ […]

‘আমি কাৰো দাস নহওঁ’, ট্ৰাম্পক প্ৰত্যাহ্বান জনাই মাদুৰোৰ আসনত বহিল ডেলচি ৰড্ৰিগেজ

আমেৰিকা আৰু ভেনিজুৱেলাৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সামৰিক উত্তেজনাৰ মাজতে এক নাটকীয় পৰিৱৰ্তন ঘটিছে। ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে দেশখনৰ উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰিছে। আদালতে জনাইছে যে এতিয়াৰ পৰা ৰড্ৰিগেজেই দেশৰ প্ৰশাসনৰ মুৰব্বী হোৱাৰ লগতে সামগ্ৰিক প্ৰতিৰক্ষাৰ দায়িত্বও পালন কৰিব। ক্ষমতা গ্ৰহণ কৰিয়েই ৰড্ৰিগেজে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক তীব্ৰ সমালোচনা কৰে। তেওঁ স্পষ্টকৈ […]

U.S. Military Strikes Venezuela, Maduro Declares State of Emergency as Region Faces Major Escalation

Tensions between the United States and Venezuela escalated sharply today after military strikes hit several locations in Venezuela, including the capital Caracas and nearby states. Venezuelan President Nicolás Maduro declared a state of emergency, accusing the U.S. of “military aggression” and mobilising defence forces amid explosions and reports of air activity over key sites. According […]

Khaleda Zia’s Son to Contest Polls: What It Means for Bangladesh?

Bangladesh is mourning the death of former Prime Minister Khaleda Zia, the country’s first woman to hold the office and a towering figure who shaped national politics for decades. Her passing marks the end of an era defined by intense rivalry and political polarisation. At the same time, it signals the beginning of a new […]

আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ:

আজি অসম উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ।কেন্দ্রীয় গৃহমন্ত্রী গৰাকীয়ে নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব বুলি জানিব পৰা গৈছে। সোমবাৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন ৰাজহুৱা সভাটো অংশ ল’ব । গৃহমন্ত্রী অমিত শ্বাহে অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাব ৷ তাৰ পাচতে তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁৱৰ বটাদ্ৰৱা থানলৈ ৰাওনা […]

অসমত ভয়ংকৰ ৰূপ লৈছে প্ৰব্ৰজিত মুছলমানে

অসমত বাংলাদেশী লোকৰ প্ৰব্ৰজনে ভয়ংকৰ ৰূপ লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত এই বিষয়ে উল্লেখ কৰি কয় যে ২০১১ চনৰ লোকপিয়লত যদি আমি অসমত হিন্দু আৰু মুছলমানৰ বিকাশ চাওঁ মুছলমানৰ সংখ্যা মুছলমান ৩৪ শতাংশ। ৩ শতাংশ অসমীয়া মুছলমানৰ সংখ্যা বাদ দিলে অসমত বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা মুছলমানৰ সংখ্যা ৩১ শতাংশ। মুখ্যমন্ত্ৰী হিমন্ত […]

Wordpress Social Share Plugin powered by Ultimatelysocial