জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান
৭৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ সত্যপাল মালিকৰলদিল্লীৰ RML হাস্পতালত শেষ নিশ্বাস ত্যাগ।দীৰ্ঘদিনে কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল নেতা গৰাকী। কিডনীৰ ৰোগত ভুগি আছিল বৰ্ষীয়ান নেতাগৰাকী। মোডী চৰকাৰৰ বিৰুদ্ধে পুলৱামা কাণ্ডৰ সময়ত গাফিলতিৰ ভয়ংকৰ অভিযোগ আনিছিল সত্যপাল মালিকে।১৯৪৬ চনৰ ২৪ জুলাইত জন্ম হৈছিল সত্যপাল মালিকৰ। জম্মু কাশ্মীৰৰ লগতে মেঘালয়, উৰিষ্যাৰো ৰাজ্যপাল আছিল মালিক।
মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ সৈতে ভয়ংকৰ ঘটনা!!লাহটি পেট্ৰল পাম্পে দিলে ৰামঠগন!
পেট্ৰল পাম্পে তেলৰ পৰিৱৰ্তে পানী ভৰালে মন্ত্ৰী কেশৱ মহন্তৰ বাহনত। মংগলবাৰে যোৰহাটৰ লাহটি ব্ৰাদাৰ্ছ পেট্ৰল পাম্পত তেল ভৰাবলৈ গৈছিলমন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ দুখন বাহন। পেট্ৰল পাম্পটোৰ কৰ্মচাৰীয়ে মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ দুখন বাহনত তেল ভৰোৱাৰ পিছতেই বিকল হৈ পৰে দুয়োখন বাহন। তাৰ পিছতেই ফাদিল লাহটি ব্ৰাদাৰ্ছ পেট্ৰল পাম্পৰ কুকীৰ্তি। ডিজেলৰ পৰিৱৰ্তে ঘোলা পানী হে দিয়া […]