Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

১ আগষ্টৰ পৰা নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ নীতি-নিৰ্দেশনা কাৰ্যকৰী হ’বঃ মন্ত্ৰী পীযুষ হাজৰিকা

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আজি জনতা ভৱনত ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুতৰ অন্তিমখন বৈঠকত অধ্যক্ষতা কৰে। ৰাজ্যিক ড্ৰাগবিৰোধী আৰু নিষেধাজ্ঞা পৰিষদৰ অধ্যক্ষাৰ নেতৃত্বত বিষয়াসকল, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব তথা আন বিষয়াসকল আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৯২ টা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা প্ৰতিনিধি উপস্থিত […]

কাছাৰৰ কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৰ শ্লুইচ গেট পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

কাছাৰৰ কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৰ শ্লুইচ গেট পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ শণিবাৰে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কাছাৰ জিলাৰ কাতিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো শ্লুইচ গেট পৰিদৰ্শন কৰে। সমষ্টিটোত ভাৰত-বাংলাদেশ সীমান্তত ব’ৰ্ডাৰ ৰোডচ অৰ্গেনাইজেচ্যনে নিৰ্মাণ কৰা ৬খন শ্লুইচ গেট জলসম্পদ বিভাগে ২০২২ চনৰ পৰা পৰিচালনা কৰি […]

Wordpress Social Share Plugin powered by Ultimatelysocial