মাহেকীয়া ঋতুস্ৰাবৰ সময়ত হোৱা বিষ কিমান ভয়ংকৰ জানক…
বিশ্বৰ বিভিন্ন ঠাইত চলোৱা সমীক্ষা মতে ৫০% ৰো অধিকাংশ মহিলাৰ মাহেকীয়া ঋতুস্ৰাবৰ সময়ত বিষ অনুভৱ হয়৷ ডাক্তৰীভাষাত এই অৱস্থাক ডিচমেনৰিয়া (Dysmenorrhoea) বোলে৷ গ্ৰীক শব্দ ডিচ মানে হ’ল কষ্টকৰ, মেন’ মানে হ’ল মাহিলি আৰু ৰিয় মানে হ’ল প্ৰবাহ৷ স্ত্ৰী-ৰোগ বিশেষজ্ঞসকলে মহিলাৰ সততে পোৱা অসুবিধাসমূহৰ ভিতৰত ই হ’ল এবিধ প্ৰমুখ ৰোগ৷ মাহেকীয়া ঋতুস্ৰাব হওঁতে ভূক্তভোগী এইসকল মহিলাই […]