মাক দেউতাক নোহোৱা দুজনী কণমানি আৰু বিশেষ ভাবে সক্ষম ককায়েকৰ দুখলগা জীৱন
বহু বছৰ ধৰি দুখ কষ্টেৰে কেতিয়াবা নোখোৱাকৈয়ো পাৰ কৰিব লগা হৈছে দুটি কণমানিৰ লগতে একমাত্ৰ ককায়েকে। ঘৰখনৰ অৱস্থা দেখিলে আপোনাৰো চকুপানী ওলাব। একেবাৰেই জৰাজীৰ্ণ, টিনপাতবোৰ পচি য’তে ত’তে ফুটা, বৰষুণ দিলেই পানী পৰে।বেৰবিলাকো পচি উৱলি গৈছে। চৰকাৰী সাহাৰ্য্য বুলিবলৈ সুলভ মূল্যৰ দোকানৰ পৰা ১৫ কেজি চাউল পায়। এই চাউলখিনি হেনো ১০, ১২ দিনমানহে যায়। তাৰ […]