কমলাৰ উপকাৰীতা:
শৰীৰটো সুস্থ কৰি ৰাখিবলৈ প্ৰতিবিধ খাদ্য খোৱাটো অত্যন্ত জৰুৰী।প্ৰতিবিধ খাদ্যতেই থাকে বেলেগ বেলেগ ভিটামিন।শৰীৰত প্ৰয়োজনীয় সকলো ভিটামিন পূৰ হ’বলৈ আমি প্ৰত্যেকেবিধ পুষ্টিকৰ খাদ্য খোৱাটো অতি প্ৰয়োজনীয়। বিশেষকৈ ফল-মূল,শাক পাচলি, ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰত পুষ্টি প্ৰদান কৰাত সহায় কৰে।ফলৰ ভিতৰত কমলাৰ বিশেষ উপকাৰীতা আছে। কমলাৰ ৰসে হৃদৰোগ সম্পৰ্কীয় ৰোগত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস কৰে।শৰীৰৰ বেয়া […]