আজি বছৰৰ শেষৰটো দিন:

আজি ৩১ ডিচেম্বৰ,২০২৫। এই বিষেশ দিনটোৱেই আমাক সোঁৱৰাই দিয়ে পুৰণিক বিদায় দি নতুন আদৰণি জনাবলৈ। এই দিনটোতেই আমি ভাবো পাৰ কৰা প্ৰতিটো ক্ষণৰ কথা। অনুভৱ কৰোঁ সকলো বোৰ। কিমান দুখ, সুখ, সফলতা, বিফলতা, আনন্দ – বেদনাৰ স্মৃতিয়ে মন ভৰাই তোলে। এই স্মৃতি বোৰেই জীৱন বাটত আগবাঢ়ি যোৱাত সহায় কৰে। শিকায় জীৱনৰ নতুন পাঠ। কি পালো […]