Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

কেতিয়া মহাকাশৰ পৰা পৃথিৱীলৈ ঘূৰি আহিব সুভাংশু শুক্লা?

ভাৰতীয় মূলৰ মহাকাশচাৰী সুভাংশু শুক্লা আৰু আন তিনিজন মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিব বুলি নাছাই কৰিছে ঘোষণা । তেওঁলোক সকলো এক্সিয়াম-৪ অভিযানৰ অংশ হিচাপে মহাকাশলৈ গৈছিল। ১৪ জুলাইত সুভাংশু, পেগী হুইটছন, স্লাভোছ উজনানস্কি-উইছনিউস্কি, টিবৰ কাপুকে ধৰি আন তিনিজন মহাকাশচাৰীয়ে পৃথিৱীত ভৰি দিব। এক্সিয়াম-৪ অভিযানত থকা ড্ৰেগন মহাকাশযানখনে ২৫ জুনত ফ্ল’ৰিডাৰ কেনেডি মহাকাশ […]

भारत बंद: 25 करोड़ से ज्यादा मज़दूरों की हड़ताल, किसानों का भी साथ

भारत में बुधवार को एक बड़ा आंदोलन देखने को मिलेगा। इस दिन देशभर में भारत बंद (Bharat Bandh) का आह्वान किया गया है, जिसमें 25 करोड़ से ज्यादा मज़दूर और कर्मचारी अपनी नौकरी छोड़कर हड़ताल पर जाएंगे। खास बात ये है कि इस हड़ताल को किसानों और ग्रामीण मजदूरों का भी पूरा समर्थन मिल रहा […]

Six New Airports Approved in Bihar Under UDAN Scheme

The Bihar State Cabinet, headed by Chief Minister Nitish Kumar, on June 17, 2025, cleared the construction of six new regional airports under the Centre’s UDAN (Ude Desh Ka Aam Naagrik) regional connectivity program. Locations & BudgetEvery airport—planned in Muzaffarpur, Munger, Valmikinagar, Saharsa, Purnia, and Begusarai—is to be provided with ₹150 crore of state funding. […]

আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ আছে ক’লা অধ্যায় পূৰ্বে ১০০ বাৰ দুৰ্ঘটনাত পতিত হৈছিল বিমান বয়িং ড্ৰিমলাইনাৰ!

অভিশপ্ত ১২ জুন.. আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ আছে বহু কাৰিকৰী বিজুতি।সঘনাই দুৰ্ঘটনাত পতিত হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন। সামাজিক মাধ্যমত লিখিলে কেইবাগৰাকীও পুৰণি এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰী, পাইলটে। ২০০৯ চনত প্ৰথম বাৰৰ বাবে দুৰ্ঘটনাত পতিত হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমান বয়িং ড্ৰিমলাইনাৰ। বিমানখনত বিজুতি থকা বাবে দীৰ্ঘদিনৰ বাবে উৰণতো নিষেধাজ্ঞা আৰোপ কৰা থোৱা […]

কেনেকৈ দুৰ্ঘটনাত পতিত হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানখন?

সময় তেতিয়া ১ বাজি ৩৮ মিনিট। বৃহস্পতিবাৰে দুপৰীয়া চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা বিমানখন উৰা মাৰে। বিমানখন ৰানৱে ২৩ৰ পৰা উৰাৰ এক মিনিটৰো কম সময়ৰ ভিতৰত দুৰ্ঘটনাত পতিত হয়। খবৰ অনুসৰি উৰণৰ কিছু সময়ৰ পিছতেই ATCৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ যায়। তথ্য অনুসৰি, ভাঙি পৰাৰ আগতে বিমানখন মাটিৰ পৰা ৬২৫ ফুট উচ্চতাত আছিল। তাৰ […]

হানিমুনলৈ আনি স্বামীক হত্যা কৰি পেলাই দিলে জংঘলত!

পত্নীৰ হাততেই যেনন সুৰক্ষিত নহয় স্বামী!হানিমুনলৈ গৈ স্বামীক হত্যা কৰি নাটক পত্নীৰ।সেইদিনা হৈছিল কি?মেঘালয়ৰ ঘটনাই জোকাৰিছে দেশ।চিৰজীৱন একলগে থকাৰ প্ৰতিশ্ৰুতি দিয়া পত্নীৰ জালত প্ৰাণ হেৰুৱালে নেকি ৰাজাই। যোৱা১১ মে’ত বিয়া হৈছিল সোনম-ৰাজাৰ। ২০ তাৰিখে হানিমুনৰ বাবে আহিছিল মেঘালয়লৈ।২৩ তাৰিখৰ পৰা নিখোজ হৈছিল সোনম-ৰাজা ।লগে,লগে হাহাকাৰ লাগিছিল।আৰম্ভ হৈছিল অনুসন্ধান,প্ৰায় ১ সপ্তাহৰ পিছত উদ্ধাৰ হৈছিল ৰাজাৰ মৃতদেহ।কিন্ত […]

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক অব্যাহত

এইবাৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীৰ X একাউণ্ট ভাৰতত ব্লক কৰিলে চৰকাৰে। পূৰ্বে পাকিস্তানীৰ ইউটিউব, ইন্সটাগ্ৰামৰ একাউন্ট নিষিদ্ধ কৰিছিল চৰকাৰে।প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলোৱাল ভূট্টো জৰ্দাৰীৰ X একাউণ্টত প্ৰতিবন্ধকতা ভাৰতৰ। সকলো ক্ষেত্ৰতে ভাৰতে বয়কট কৰিছে পাকিস্তানক। পাকিস্তানক ইটোৰ পিছত সিটোকৈ শাস্তি দিছে ভাৰত চৰকাৰে। পাকিস্তানৰ সৈতে সকলো সামগ্ৰীৰ আমদানি-ৰপ্তানি বন্ধ কৰিলে ভাৰতে। ভাৰতৰ জলৰেখাতো প্ৰৱেশ নিষেধ পাকিস্তানী জাহাজৰ। […]

৩৩ বছৰীয়া চাকৰি জীৱনত ৫৭ বাৰ ট্ৰান্সফাৰ হোৱা এজন IAS বিষয়া

চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে অকলেই যুঁজ দিছিল তেওঁ। বিষয়া জনে কৈছিল ‘মই মোৰ চাকৰিৰ জীৱনত দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ’। অৱশেষত পৰিণাম- ৫৭ বাৰ ট্ৰান্সফাৰ।দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়া এজন IAS বিষয়াৰ কাহিনী এতিয়া চৰ্চাত।নাম- অশোক খেমকা।৩০ এপ্ৰিলত অৱসৰ ললে বিষয়া গৰাকীয়ে হাৰিয়ানাৰ পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে অৱসৰ ললে বিষয়া গৰাকীয়ে। চাকৰি জীৱনত চৰকাৰৰ দুনীৰ্তিৰ বিৰুদ্ধে মাত মতাৰ […]

जातिगत जनगणना पर केंद्र सरकार का बड़ा ऐलान

केंद्र सरकार ने अब साफ कर दिया है कि देश में जातिगत जनगणना कराई जाएगी। इस ऐलान के बाद अब बात होने लगी है कि जनगणना में सिर्फ जाति का कॉलम होगा या उपजाति और गोत्र के लिए भी कोई कॉलम होगा। लोग जानना चाहते हैं कि जनगणना में किन-किन बातों की जानकारी ली जाएगी। […]

“সন্ত্ৰাসবাদীক পুলিয়ে-পোখাই উভালি পেলোৱা হ’ব” প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ

পেহলগামত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই উতলি আছে ১৪০ কোটি ভাৰতীয়। প্ৰতিগৰাকী ভাৰতীয়ই প্ৰতিশোধ বিচাৰিছে। দেওবাৰে ‘মন কি বাত’ অনুষ্ঠানৰ আৰম্ভণিতেই প্ৰধানমন্ত্ৰী মোদীয়ে পেহলগামৰ আক্ৰমণক গৰিহণা দিয়ে। পেহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে সন্ত্ৰাসবাদীক কঠোৰ সকিয়নী প্ৰদান কৰে। ‘মন কি বাত’ অনুষ্ঠানৰ প্ৰথম ৬ মিনিটত পেহলগামৰ বিষয়ে মন্তব্য কৰে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে […]

Wordpress Social Share Plugin powered by Ultimatelysocial