টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমক কৰিব ইলেকট্ৰ’নিক হাবঃ মুখ্যমন্ত্ৰী
শণিবাৰৰ দিনটো অসমবাসীৰ বাবে এটা স্মৰণীয় দিন হিচাপে পৰিগণিত হৈছে। এই দিনটোতে বহুপ্ৰতিক্ষিত টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কাৰ্যসূচী সম্পন্ন হয়। জাগীৰোডত আৰম্ভ হ’বলগীয়া টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কেইবাহাজাৰ কৰ্মসংস্থাপন সৃষ্টি কৰিব। সামাজিক মাধ্যমত নিজৰ মতামত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই প্ৰকল্পই বিশ্বৰ মানচিত্ৰত অসমক ইলেকট্ৰনিক হাব হিচাপে […]