৪ দিনৰ অন্তত নিৰুদ্দেশ হৈ থকা সুমন মৰাণৰ মৃতদেহ উদ্ধাৰ
ডুমডুমাৰ ৩নং কৰ্দৈগুৰিৰ চেক বানত কাম কৰিবলৈ গৈছিল ছাত্ৰ সুমন মৰাণ। পানী ভয়াৱহ ৰূপ দেখি কাম নোহোৱাত ঘৰমুৱা হৈ উভতি আহোঁতে এখন সৰু নদীৰ পাৰ হওঁতে সোঁতত উটি যোৱাৰ সন্দেহ গাঁওবাসীৰ। ছাত্ৰ গৰাকীৰ নাম সুমন মৰাণ। ঘৰ ১নং কৰ্দৈগুৰি গাঁৱত (ভতিয়ামখালত)। পিতৃ হাৰা ছাত্ৰ গৰাকীসদ্য ঘোষিত HS পৰীক্ষাত কৰ্দৈগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা দুটা বিষয়ত […]
নাজিৰাত বিহুৰ বতৰতে সন্ধানহীন উদিয়মান কন্ঠশিল্পী মিন্টু হাজৰিকা
নিজ গৃহৰ পৰাই সন্ধানহীন উদিয়মান যুৱ কন্ঠশিল্পী মিন্টু হাজৰিকা। মংগলবাৰে সন্ধিয়া প্ৰায় ৭ঃ৩০ বজাত নাজিৰা আমোলাপট্টি ৬ নং ৱাৰ্ডৰ নিজা বাসগৃহৰ পৰা ওলাই গৈ ৰহস্যজনক ভাৱে সন্ধানহীন হৈ পৰে যুৱ কন্ঠশিল্পী জন। শেহতীয়াকৈ ঘৰৰপৰা কিছুনিলগত দিখৌ নদীৰ সমীপত এযোৰ চেণ্ডেল উদ্ধাৰ হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক।উদ্ধাৰ হোৱা ছেণ্ডেল যোৰ উক্ত যুৱক জনৰে হব […]
একেখন স্কুলৰ পৰা নোহোৱা হল ৫ ছাত্ৰ চাঞ্চল্যকৰ ঘটনা
একেখন স্কুলৰ ৫ ছাত্ৰ সন্ধানহীন। ধেমাজিত চাঞ্চল্যকৰ ঘটনা। একেদিনাই একেখন স্কুলৰ পৰা নোহোৱা হল ৫ ছাত্ৰ।ঘৰৰ পৰা স্কুললৈ বুলি আহি স্কুলত প্ৰৱেশ নকৰাকৈয়ে সন্ধানহীন ৫ জন ছাত্ৰ। নৱম শ্ৰেণীৰ ছাত্ৰ আছিল আটাইকেইজন নিৰুদ্দিষ্ট ছাত্ৰ। ধেমাজিৰ বৰদলনী লিটিল গড মডেল স্কুলৰ আছিল ছাত্ৰ কেইজন। নিৰুদ্দিষ্ট ছাত্ৰ কেইজন অংকুৰ জ্যোতি গগৈ, ভৱেশ গগৈ, ৰক্তিম মুখীয়া, লোপেন্দ্ৰ সোণোৱাল, […]
Gurucharan Singh Sodhi from Taarak Mehta Ka Ooltah Chashmah Reported Missing; Police Files Kidnapping Case
Gurucharan Singh, known for his role in the TV series ‘Taarak Mehta Ka Ooltah Chashmah,’ has reportedly disappeared. The father of the 50-year-old actor has lodged a missing person report with the police. According to the complaint, Gurucharan Singh departed from home at 8:30 am on April 22 to board a flight to Mumbai. However, […]