ধ্বংসস্তুপত পৰিণত হ’ল বিশ্বনাথৰ এটা মছজিদ

ৰাজ্যত উচ্ছেদ অভিযান এতিয়াও অপৰিৱৰ্তিত ৰূপত আছে। এইবাৰ বিশ্বনাথৰ নিজ বাঘমাৰীত চলিল প্ৰশাসনৰ বুলড’জাৰ । উল্লেখ্য যে, মুঠ ৭৩২ টা পৰিয়াললৈ যোৱা আগষ্ট মাহতে জিলা প্ৰশাসনে বেদখলকাৰীলৈ প্ৰেৰণ কৰিছিল জাননী । ইয়াৰ পাছতেই একাংশ লোকে কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ। ইয়াৰ পাছতে উচ্চ ন্যায়লয়ে উচ্ছেদ অভিযান স্থগিতাৰ্দেশ জাৰি কৰিছিল । অৱশেষত ,আজি ন্যায়লয়ৰ কাষ চপা ৬৮ […]
পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস দলিওৱা ঘটনাত জড়িত যুৱকক গ্ৰেপ্তাৰ
গুৱাহাটীৰ পাঞ্জাবাৰী মছজিদত গাহৰি মাংসৰ টোপোলা পেলাই যোৱা ঘটনাক লৈ এজনক গ্ৰেপ্তাৰ। বৰপেটাৰ পৰা মৃদুপৱন পাঠকক নামৰ এজন গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে।মৃদুপৱন নাথক গ্ৰেপ্তাৰৰ পিছতে বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ জানিব পৰা অনুসৰি এগৰাকী যুৱতীৰে পূৰ্বে সম্পৰ্ক আছিল যুৱকজনৰ। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই যুৱতীগৰাকীক বদনাম কৰিবৰ বাবে এই কাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে […]