শাওনৰ অন্তিমটো সোমবাৰত নন্দেশ্বৰ পীঠত ভক্তৰ লানি নিচিগা ভিৰ
মহাদেৱৰ আৰাধনাত ব্যস্ত দেশৰ কোটি কোটি ভক্ত। আজি শাওনৰ অন্তিমটো সোমবাৰ। শিৱলিংগত পানী ঢালিবলৈ বা পূজা অৰ্চনা কৰিবলৈ নন্দেশ্বৰ পীঠটো দেখা গল ভক্তৰ লানি নিচিগা ভিৰ। ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গোৱালপাৰা জিলাৰ মাটিয়াৰ নন্দেশ্বৰ পীঠটো প্ৰতি বছৰে পৰিলক্ষিত হয় ভক্তৰ সমাগম। এইবাৰো তাৰ বিপৰীত নহয়, দেৱাদিদেৱ মহাদেৱ শিৱৰ আৰাধনা কৰাৰ উদ্দেশ্যে গোৱালপাৰাৰ ভিন্ন অঞ্চলৰ হিন্দু ধৰ্মাৱলম্বী […]