অশান্তিৰ মাজতে পশ্চিম কাৰ্বি আংলঙত স্থগিত ইন্টাৰনেট সেৱা:
পশ্চিম কাৰ্বি আংলং জিলাত উদ্ভৱ হোৱা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২৩ ডিচেম্বৰ মঙলবাৰে অসম চৰকাৰে ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰাৰ নিৰ্দেশ দিছে। বিগত দিনত উত্তপ্ত হৈ পৰিছিল কাৰ্বি আংলং।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলী চালনা। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হয় সংঘাত। প্ৰশাসনে জাৰি কৰিছিল ১৬৩ ধাৰা। কিন্তু তাৰ পিছতো […]
পশ্চিম কাৰ্বি আংলঙত উত্তপ্ত পৰিস্থিতি:

পশ্চিম কাৰ্বি আংলঙত উত্তপ্ত পৰিস্থিতি।উচ্ছেদৰ দাবীত আমৰণ অনশ কৰা প্ৰতিবাদীক উঠাই নিলে আৰক্ষীয়ে।প্ৰতিবাদকাৰীক মোকলাই দিয়াৰ দাবীত ৰাইজৰ প্ৰতিবাদ।প্ৰতিবাদী ৰাইজে অগ্নিসংযোগ কৰিলে তুলিৰাম ৰংহাঙমৰ বাসগৃহ।ভস্মীভূত হৈ পৰিল তুলিৰাম ৰংহাঙৰ বাসগৃহ। ইয়াৰ লগতে প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে CEM তুলিৰামৰ নিৰাপত্তাৰক্ষীৰ অস্ত্ৰ। বৰ্তমানো শান্ত হোৱা নাই পশ্চিম কাৰ্বি আংলং।প্ৰশাসনে জাৰি কৰিছে ১৬৩ ধাৰা।এই ধাৰা অনুসৰি ৰাজহুৱা স্থানত ৫ জনতকৈ […]
পৰ্য্যটকৰ বাবে এক আকৰ্ষণস্থলী হিচাপে পৰিচিত কাৰ্বি আংলঙৰ ভেলুঘাট জলপ্ৰপাত

পৰ্য্যটকৰ বাবে এক আকৰ্ষণস্থলী হিচাপে পৰিচিত কাৰ্বি আংলঙৰ ভেলুঘাট জলপ্ৰপাত । ভেলুঘাট জলপ্ৰপাতৰ সুন্দৰ মনোমোহা পৰিৱেশৰ ভিডিঅটি মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত প্ৰকাশ কৰাও দেখা যায় । “ভেলুঘাট” শব্দটোৱে কোনো অঞ্চল বা ঠাইক বুজায় যাৰ কাৰ্বি আংলং জিলাৰ সৈতে সম্পৰ্ক আছে । কাৰ্বি আংলং অসমৰ মধ্যভাগত অৱস্থিত এখন পাহাৰীয়া জিলা, যাৰ পূবে গোলাঘাট, […]