ज़ुबिन गर्ग के निधन का रहस्य: सिंगापुर से पोस्टमॉर्टेम रिपोर्ट असम पहुँची

असम और पूरे संगीत प्रेमियों के लिए एक दुखद लेकिन बेहद संवेदनशील मामला ज़ुबिन गर्ग के निधन का है। 19 सितंबर को सिंगापुर में समुद्र में तैरते समय 52 वर्षीय गायक और संगीतकार ज़ुबिन गर्ग का निधन हो गया था। उनके अचानक और रहस्यमयी निधन ने सभी को शॉक में डाल दिया और उनके प्रशंसक […]
কিমান দূৰ আগবাঢ়িছে জুবিন গাৰ্গৰ মৃত্য়ুৰ তদন্ত জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত হত্যাৰ ধাৰা সংযোজন কৰা হৈছে। জুবিনৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত হত্যাৰ সন্দেহ।CIDৰ কাৰ্যালয়ত চলিছে মাৰাথন জেৰা। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা চলাই বহু তথ্য লাভ কৰিছে CIDএ।আজি সন্দিপন গাৰ্গ আৰু শেখৰ জ্যোতি গোস্বামীক পুনৰ জেৰা চলাই CIDএ। ইতিমধ্যে জুবিন গাৰ্গৰ বহু সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।সিদ্ধাৰ্থ শৰ্মাৰ বেগৰ পৰা উদ্ধাৰ জুবিন গাৰ্গৰ […]