আজি আন্তৰ্জাতিক নাৰী দিৱস। কিয় ৮ মাৰ্চত পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস?

আজি আন্তৰ্জাতিক নাৰী দিৱস। প্ৰতি বছৰে ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। মহিলাসকলৰ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক কৃতিত্বক সন্মান জনাই সমগ্ৰ বিশ্বতে এই দিৱসটো ব্যাপকভাৱে পালন কৰা হয়। এই দিৱসত লিংগ সমতা, প্ৰজননৰ অধিকাৰ, নাৰীৰ ওপৰত হোৱা হিংসা আৰু নিৰ্যাতন, নাৰীৰ সম অধিকাৰ ইত্যাদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হয়। প্ৰতিগৰাকী নাৰীৰ উদযাপনৰ […]