ফাকুৱাৰ ৰঙে ক্ষতিগ্ৰস্ত হোৱা চুলি পুনৰ সুন্দৰ কৰি তুলিবলৈ ব্যৱহাৰ কৰক এই ৩ ঘৰুৱা সামগ্ৰী

ফাকুৱা উপলক্ষে মানুহে বিভিন্ন ৰঙেৰে উদযাপন কৰি আহিছে।কেতিয়াবা এই ৰং বা ৰাসায়নিক ৰং অত্যাধিক ব্যৱহাৰ কৰিলে ছাল আৰু চুলিৰ বিস্তৰ ক্ষতি হ’ব পাৰে।হোলী খেলাৰ পিছত যদি আপোনাৰ চুলিৰ ক্ষতি হৈছে,তেন্তে এই শিতানটো আপোনাৰ বাবে উপযোগী।চুলিখিনি পুনৰ কোমল আৰু ৰেচমী কৰি তুলিবলৈ কিছুমান হেয়াৰ মাস্ক ব্যৱহাৰ কৰিব পাৰে। এই হেয়াৰ মাস্কবোৰ আপোনাৰ চুলিত লগালে হেৰাই যোৱা […]