Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

অসম পালেহি চীনৰ ভাইৰাছ HMPV

ভাৰতৰ বিভিন্ন প্ৰান্তৰ পিছত অসমত ধৰা পৰিছে প্ৰথমজন HMPVত আক্ৰান্ত। ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰায় ৭জন লোকৰ দেহত ধৰা পৰিছিলHMPVত আক্ৰান্ত ৰোগী। অসমত লখিমপুৰৰ এটি শিশু HMPVত আক্ৰান্ত । বৰ্তমান AMCHত চিকিৎসাধীন শিশুটি। HMPVত আক্ৰান্ত শিশুটি ১০ মহীয়া বুলি জানিব পৰা গৈছে। শ্বাস-প্ৰশ্বাস জনিত ৰোগত প্ৰথমে আক্ৰান্ত হৈছিল শিশুটি। জ্বৰ, চৰ্দি, কাঁহ আদিও লক্ষণ HMPV ভাইৰাছৰ। […]

Wordpress Social Share Plugin powered by Ultimatelysocial