Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

Assam Clears PMAY-G Backlog, 3.25 Lakh Rural Families Get Approval Letters

The Assam government has made a significant push towards fulfilling the promise of “housing for all” with the distribution of approval letters under Pradhan Mantri Awas Yojana‑Gramin, PMAY-G, to 3,25,234 rural families across the state. The sanction letters are being handed over along with the release of the first installment for house construction. The Chief […]

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম-শতবাৰ্ষিকী মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

আজিৰে পৰা বছৰযোৰা কাৰ্যসূচীৰে ৰাজ্য চৰকাৰে উদযাপন কৰিব সুধাকন্ঠৰ শতবাৰ্ষিকী। ২০২৬চনৰ ৮ ছেপ্টেম্বৰত সুধাকন্ঠৰ শতবৰ্ষৰ অন্তিম কাৰ্যসূচীত উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি। অহা ১৩ ছেপ্টেম্বৰত সুধাকন্ঠৰ শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰী। ১৩ ছেপ্টেম্বৰৰ পিছত নতুন দিল্লী, মুম্বাই, পশ্চিম বংগ, অৰুণাচল প্ৰদেশ আদি ৰাজ্যত জন্মশতবৰ্ষ কাৰ্যসূচী ৰূপায়ন কৰিব ৰাজ্য চৰকাৰে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ […]

কাইলৈৰ পৰা উদযাপন কৰা হ’ব ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী

কাইলৈ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। বছৰজোৰা কাৰ্যসূচীৰে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিব ৰাজ্য চৰকাৰে। শতবাৰ্ষিকী উপলক্ষে ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে এই কাৰ্যসূচীত অংশ ল’ব। সন্ধিয়া পাঁচ বজাৰ পৰা খানাপাৰাৰ খেলপথাৰত আৰম্ভ হব সুধাকন্ঠৰ শতবাৰ্ষিকী অনুষ্ঠান। খানাপাৰাৰ খেলপথাৰত সুধাকণ্ঠৰ প্ৰায় ১৪ টা গীত সমবেত সঙ্গীত আকাৰে পৰিবেশন কৰা হ’ব। ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা […]

অৰুণোদয়, নিযুত মইনা আঁচনি, ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

নতুনকৈ যিসকলে অৰুণোদয়, ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ! অৱশেষত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে ঘোষণা। অৰুণোদয়, নিযুত মইনা আঁচনি, ৰেচন কাৰ্ডৰ হিতাধিকাৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ছেপ্টেম্বৰ মাহতেই অৰুণোদয় পুনৰ লাভ কৰিব মহিলাসকলে।১৭ ছেপ্টেম্বৰৰ পৰা অৰুণোদয় লাভ কৰিব মহিলাসকলে। অক্টোবৰৰ পৰা নিযুত মইনা আঁচনি লাভ কৰিব ছাত্ৰীসকলে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে সুলভ মূল্যৰ দোকানত চাউলৰ […]

চতিয়া দিৱসত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা

আজি চতিয়া দিৱস। ১৯৪২ চনৰ ২০ আগষ্ট এক ঐতিহাসিক দিন আছিল চতিয়াৰ বাবে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ভৰপক সময় সেই সময়তে ১৯৪২ চনৰ ২০ আগষ্টত চতিয়া আৰক্ষী থানা চতিয়াৰ হাজাৰ হাজাৰ মুক্তিকামী জনতাই ঘেৰাও কৰি ত্ৰিৰংগা পতকা উত্তোলন কৰি ইতিহাস ৰচনা কৰিছিল। স্বাধীনতা আন্দোলনৰ এই সোণালী ইতিহাস ৰোমন্থন কৰিবৰ বাবে চতিয়াবাসীয়ে বিগত তিনিবছৰ ধৰি ২০ আগষ্ট […]

৪০ টা বছৰৰ পাছতো কাৰ্যকৰী নহ’ল অসম চুক্তি

অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৪০ টা বছৰ ওকলিল। তাৰ পাছতো এই চুক্তি সফল ৰূপায়ণ নহ’ল। প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ ফুকনৰ। ৪০ টা বছৰৰ পাছতো অসম চুক্তি ৰূপায়ণৰ বাবে শাসনলৈ অহা ৰাজনৈতিক দলসমূহে কোনোধৰণৰ ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰি অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে। অসম চুক্তিক প্ৰতাৰণাৰ দলিল হিচাপে প্ৰতিষ্ঠা কৰিবলৈহে ৰাজনৈতিক দলবিলাক উঠি পৰি […]

নগাঁৱৰ ঢাকাইপট্টিৰ নতুন নাম হ’ব ”ৰূপকোঁৱৰ চক ”

অৱশেষত সলনি কৰা হল নগাঁৱৰ ঢাকাইপট্টিৰ নাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতেই ঢাকাইপট্টিক নতুন নামেৰে নামাকৰণ।প্ৰথমে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই সামাজিক মাধ্যমত লিখে ”ৰূপকোঁৱৰ” বুলি তাৰ পিছতেই জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই সংবাদমেল যোগে কৰে ঘোষণা।নগাঁৱৰ ঢাকাইপট্টিৰ নতুন নাম হ’ব ”ৰূপকোঁৱৰ চক ”। ঢাকাইপট্টি তিনি আলিত পূৰ্বৰে পৰা আছে ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তি। তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে […]

‘লুৰিণজ্যোতি গগৈয়ে নিজক অসমীয়া বুলি কবলৈ লাজ পাব লাগে’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত লুৰিণৰ প্ৰসংগ। লুৰিণজ্যোতি গগৈক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পন কৰিছে বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। ধন্যবাদ দিব নোৱাৰে নিদিব, কিন্তু জাতিটোৰ বাবে কৰা ভাল কামৰ সমালোাচনা নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। লুৰিণৰ গাত ৰাইজৰ অভিশাপ লাগিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। আজিলৈ কোনখন চৰকাৰে বেদখলকাৰীক উচ্ছেদ কৰিব পাৰিছিল। নিজকে অসমীয়া বুলি […]

Wordpress Social Share Plugin powered by Ultimatelysocial