হিমালয়ৰ বুকুত ৩০ বছৰৰ অপেক্ষাৰ অন্তত ফুলি উঠিছে বিৰল, প্ৰকৃতিৰ বিস্ময় ‘ছিকিম সুন্দৰী’

পূব হিমালয়ৰ দুৰ্গম উচ্চভূমিত, য’ত লঘু বতাহ বয় যদিও প্ৰকৃতি ৰুক্ষ, তাত এটা আচৰিত উদ্ভিদ নিৰৱে গজি উঠে। ইয়াৰ নাম ‘ছিকিম সুন্দৰী’। ইয়াৰ বৈজ্ঞানিক নাম ৰিউম নোবিলে (Rheum nobile)। ইয়াৰ বিৰল জীৱনচক্ৰ আৰু ফুল ফুলাৰ মুহূৰ্তত চকু কপালত তুলিব পৰা ৰূপটোৱে বছৰ বছৰ ধৰি উদ্ভিদবিজ্ঞানী আৰু প্ৰকৃতিপ্ৰেমীসকলক আচৰিত কৰি তুলিছে। এই উদ্ভিদৰ জীৱনৰ বেছিভাগ সময় […]