গৰমত শৰীৰটোক সুস্থ হৈ থাকিবলৈ কি কি কৰিব লাগে? জানো আহক
গৰমত শৰীৰত বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা বেছি।এপ্ৰিল মাহৰ আৰম্ভণিৰ পৰাই লাহে লাহে গৰম পৰিবলৈ আৰম্ভ কৰে। যিমান গৰম নপৰক সূৰ্যটো মুৰত লৈ হ’লেও কামলৈ যাব লাগে। এই পৰিস্থিতিত নিজৰ যত্ন কেনেকৈ ল’ব লাগে এবাৰ চাওকচোন। ১) দীৰ্ঘদিন ধৰি ৰ’দত থাকিলে হিট ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। তদুপৰি দুপৰীয়া ১২ বজাৰ পৰা সূৰ্য্যৰ ৰশ্মি তীব্ৰ হয় […]