AC ৰ অবিহনে আপুনি থাকিব নোৱাৰে নেকি? আপুনি জানেনে অত্যাধিক AC ব্যৱহাৰৰ ফলত হ’ব পাৰে মাৰাত্মক ৰোগ।
গোটেই ৰাতি AC অন কৰি শুলে আৰামত সুখনিদ্ৰা অহাতো স্বাভাৱিক, কিন্তু ইয়াৰ ফলত আপোনাৰ শৰীৰটো ভয়ংকৰভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে গোটেই ৰাতি এয়াৰ কণ্ডিচনাৰ কোঠাত শুই থাকিলে শৰীৰত এইবোৰ সমস্যা হ’ব পাৰে-প্ৰচণ্ড গৰমৰ উত্তাপে দহি-পুৰি নিছে সকলো! গৰমৰ দিনত বহুতে গোটেই ৰাতি AC চলাই শুই থাকে! কোৱা হয় যে, এয়াৰ কণ্ডিচনাৰ এতিয়া আৰু ‘বিলাসীতা’ নহয়, ই […]
গ্ৰীষ্মকালত এই পাচলিসমুহ খালে চেনিৰ পৰা কলেষ্টেৰললৈকে প্ৰায়সমুহ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি
বহুতে ভাল নোপোৱা গ্ৰীষ্মকালীন পাচলি হৈছে পটল । কিন্তু এই অত্যধিক গৰমত শৰীৰক সুস্থ কৰি ৰাখিবলৈ পটলে যথেষ্ট পৰিমাণে সহায় কৰে।এই বতৰত যেতিয়া পটলৰ দৰে শাক-পাচলি পোৱা যায়, তেতিয়া আন খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিব লাগে কিয়? বহু লোকে পটলৰ নাম শুনি নাক কোছাই দিয়ে । পটল ভাজি হওক বা ভাৰতা খাই ভাল পোৱা মানুহ বহু […]