৮৫ বছৰীয়া আই,চি,উত থকা ৰোগীয়া মাতৃক সুস্থ কৰি তুলিলে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে
যি সময়ত চৰকাৰী চিকিৎসালয়ৰ প্ৰতি একাংশই অনিহা প্ৰকাশ কৰি আহিছে থিক সেই অনুৰূপ সময়তেই এগৰাকী ব্যক্তিৰ মাতৃক চৰকাৰী চিকিৎসকে উন্নত চিকিৎসা সেৱা প্ৰদান কৰি সুস্থতা প্ৰদান কৰিলে। নগাঁও চিকিৎসা মহাবিদ্যালয়ৰখনৰ চিকিৎসক আৰু নাৰ্ছৰ প্ৰাণ চেষ্টাৰ ফলত এগৰাকী মৃতপ্ৰায় মাতৃক সুস্থ কৰি তোলাৰ বাবে এজন পুত্ৰই নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ মিহিৰ কুমাৰ গোস্বামী ,অধীক্ষক ডাঃ […]