Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ChatGPT Unveils Dedicated Health Space to Deliver Personalized Wellness Support

OpenAI has launched ChatGPT Health, a new space within ChatGPT that aims to help users manage health and wellness questions with more personalized insights and better privacy protections. This feature builds on how people already use ChatGPT. Health and wellness inquiries are among the platform’s most common uses, with over 230 million interactions each week. […]

শীতকালত প্ৰতিদিনে গা ধোৱাটো স্বাস্থ্যৰ বাবে সঠিকনে? জানক গা ধোৱাৰ নিয়ম আৰু সতৰ্কতাসমূহ

শীতকালৰ আগমনৰ লগে লগে আমাৰ দৈনন্দিন জীৱনশৈলীত যথেষ্ট পৰিৱৰ্তন আহে। এই বতৰত প্ৰতিদিনে গা ধোৱাটো প্ৰয়োজনীয় নে নহয়, সেই লৈ বহুতৰে মনত প্ৰশ্ন উদয় হয়। বহু লোকে পৰিষ্কাৰ হৈ থাকিবলৈ বৰষুণ বা ঠাণ্ডাৰ মাজতো দৈনিক গা ধোৱে, আনহাতে একাংশই অত্যধিক ঠাণ্ডাৰ বাবে গা ধোৱাৰ পৰা বিৰত থাকে। বিশেষজ্ঞসকলৰ মতে, শীতকালত গা ধোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা […]

শীতকালত সেউজীয়া শাক খোৱাৰ উপকাৰিতা জানেন? জানিলে আপুনিও আচৰিত হ’ব!

শীতকালৰ আগমনৰ লগে লগে আমাৰ শৰীৰক অতিৰিক্ত যত্নৰ প্ৰয়োজন হয়। এই সময়ছোৱাত চৰ্দি, কাহ বা শাৰীৰিক দুৰ্বলতাৰ দৰে সমস্যাবোৰ তেনেই সাধাৰণ কথা হৈ পৰে। সুস্বাস্থ্যৰ বাবে সঠিক খাদ্যাভ্যাসৰ অত্যন্ত প্ৰয়োজন; সেয়েহে আমাৰ খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। এই শাক-পাচলিবোৰে আমাৰ ৰুচি বৃদ্ধি কৰাই নহয়, আমাৰ শৰীৰটোক ভিতৰৰ পৰা শক্তিশালী, উষ্ণ আৰু সুস্থ […]

AI prompts বোৰে আপোনাৰ চিন্তাধাৰাৰ ক্ষতি কৰিছে নেকি?

AI চেটবটক কৰিবলৈ কোৱা আপোনাৰ শেষৰটো কাম কি আছিল? হয়তো আপুনি কোনো প্ৰশ্নৰ উত্তৰ বিচাৰিছিল, এখন আৱেদন লিখিবলৈ ব্যৱহাৰ কৰিছিল বা আপোনাৰ এখন ফটো এডিট কৰিছিল। কিন্তু আপুনি জানেনে ইয়াৰ বাবে আপোনাৰ ক্ষতি হ’ব পাৰে? কিছুমান বিশেষজ্ঞৰ মতে এই ধৰণৰ কামবোৰ আউটচ’ৰ্চিং কৰাৰ অৰ্থ হ’ল আপোনাৰ মগজুৱে কমকৈ কাম কৰি আছে । আনকি ই আপোনাৰ […]

ৰোগীৰ বাবে ঔষধ ক্ৰয় কৰাত ডাঙৰ প্ৰত্যাহ্বান

ৰোগীৰ বাবে ঔষধ ক্ৰয় কৰাক লৈ যেন এতিয়া ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে। ৰাজ্যৰ ফাৰ্মাচী ভেজাল ঔষধেৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে। অসমৰ পৰীক্ষাগাৰত ধৰা পৰিল বিপজ্জনক ঔষধ। Central Drugs Standard Controlৰ পৰীক্ষাত ধৰা পৰিছে এই তথ্য। সংস্থাটোৰ প্ৰতিবেদন মতে বিভিন্ন ৰোগৰ ২০৫বিধ ঔষধ ভেজাল। সাধাৰণ জ্বৰত ব্যৱহৃত পেৰাচিটামল এতিয়া হ’ল কাল। Central Drugs Standard Control […]

ভয়াৱহ প্ৰদূষণৰ কবলত দেশৰ ৰাজধানী দিল্লী

ৰাজধানী দিল্লীত AQIৰ ভয়াৱহ ৰূপ। শীতৰ আগমনৰ লগে লগে ভয়াৱহ হাৰত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ। উশাহ- নিশাহৰ সমস্যাৰ লগতে জন স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে এই প্ৰদূষণে। প্ৰতিদিনেই বৃদ্ধি পাবলৈ ধৰিছে দিল্লীৰ প্ৰদূষণৰ মাত্ৰা ৷ মাস্ক নহ’লে ওলাই যাব নোৱাৰা অৱস্থা হৈছে ৰাজধানী দিল্লীত। ক’লা ধোৱা-কুঁৱলীয়ে আৱৰি ধৰিছে ৰাজধানী দিল্লীৰ আকাশ-বতাহ। সমগ্ৰ চহৰ যেন এতিয়া […]

অৱশেষত GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ ব্যৱস্থা গ্ৰহণ কৰ্তব্যত গাফিলতিৰ অভিযোগত দোষী সাব্যস্ত ২ চিকিৎসকক

অৱশেষত GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ ব্যৱস্থাগ্ৰহণ কৰিলে কৰ্তৃপক্ষই। ঘটনাৰ তদন্তৰ প্ৰতিবেদন দাখিলৰ পিছতে কেইবাগৰাকীও চিকিৎসক, নাৰ্চক নিলম্বন। মূলত দুগৰাকী চিকিৎসকক দোষী সাব্যস্ত। চিকিৎসক হৃষিকেশ ঠাকুৰীয়া, চিকিৎসক পূজাক বহিষ্কাৰ। ইফালে ডাঃ অনুপমা ডেকা, ডাঃ দীপাংকৰ হাজৰিকাক নিলম্বন কৰা হৈছে। নাৰ্চ ইনচাৰ্জ গোমতি দেৱী, ষ্টাফ নাৰ্চ চন্দনা নাথকো নিলম্বন। ১৮ আগষ্টত NICUৰ ৱাৰ্মাৰ মেচিনৰ পৰা পৰি মৃত্যু […]

শাওনৰ অন্তিমটো সোমবাৰত নন্দেশ্বৰ পীঠত ভক্তৰ লানি নিচিগা ভিৰ

মহাদেৱৰ আৰাধনাত ব্যস্ত দেশৰ কোটি কোটি ভক্ত। আজি শাওনৰ অন্তিমটো সোমবাৰ। শিৱলিংগত পানী ঢালিবলৈ বা পূজা অৰ্চনা কৰিবলৈ নন্দেশ্বৰ পীঠটো দেখা গল ভক্তৰ লানি নিচিগা ভিৰ। ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গোৱালপাৰা জিলাৰ মাটিয়াৰ নন্দেশ্বৰ পীঠটো প্ৰতি বছৰে পৰিলক্ষিত হয় ভক্তৰ সমাগম। এইবাৰো তাৰ বিপৰীত নহয়, দেৱাদিদেৱ মহাদেৱ শিৱৰ আৰাধনা কৰাৰ উদ্দেশ্যে গোৱালপাৰাৰ ভিন্ন অঞ্চলৰ হিন্দু ধৰ্মাৱলম্বী […]

তিনিচুকীয়াৰ আঘাতপ্ৰাপ্ত হাতীক শুশ্ৰূষা পৰিৱেশ কৰ্মী ৰিতুৰাজ বৰুৱাৰ

সামাজিক মাধ্যমত এটা আঘাতপ্ৰাপ্ত হাতীৰ পিঠিত উঠি মাউতে ঘুৰাই লৈ ফুৰাৰ দৃশ্য এটা খুৱেই ভাইৰেল হৈ পৰিছিল ৷ এই দৃশ্য তিনিচুকীয়াৰ বুলি জানিব পাৰি তিনিচুকীয়া জিলা প্ৰশাসনে তৎপৰতাৰে আঘাতপ্ৰাপ্ত হাতীজনীক নিৰাপদ স্থানত ৰখাৰ ব্যৱস্থা কৰে ৷ অসুস্থ হাতীজনীৰ স্বাস্থ্য তথা খোৱা বোৱাৰ যতন লয় ৷ পৰিৱেশ কৰ্মী ৰিতুৰাজ বৰুৱাই ও অসুস্থ হাতীজনীৰ যতন লোৱা পৰিলক্ষিত […]

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান

৭৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ সত্যপাল মালিকৰলদিল্লীৰ RML হাস্পতালত শেষ নিশ্বাস ত্যাগ।দীৰ্ঘদিনে কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল নেতা গৰাকী। কিডনীৰ ৰোগত ভুগি আছিল বৰ্ষীয়ান নেতাগৰাকী। মোডী চৰকাৰৰ বিৰুদ্ধে পুলৱামা কাণ্ডৰ সময়ত গাফিলতিৰ ভয়ংকৰ অভিযোগ আনিছিল সত্যপাল মালিকে।১৯৪৬ চনৰ ২৪ জুলাইত জন্ম হৈছিল সত্যপাল মালিকৰ। জম্মু কাশ্মীৰৰ লগতে মেঘালয়, উৰিষ্যাৰো ৰাজ্যপাল আছিল মালিক।

Wordpress Social Share Plugin powered by Ultimatelysocial