Assam Floods: Over 27 Lakh Hectares Affected Across 35 Districts in 25 Years
Assam has also experienced widespread and repeated destruction by floods in the last 25 years, where over 27 lakh hectares of area have been hit in 35 districts, based on a new report prepared by the State Revenue and Disaster Management Department. The results bring out the chronic exposure of the state to floods during […]
উন্নয়নৰ কথা কোৱা চৰকাৰে এবাৰ ডুমডুমালৈ আহক
পুখুৰী নে ৰাজপথ ধৰিবই নোৱাৰি। তিনিচুকীয়া জিলাৰ চাহ নগৰীৰ বুকুৱেদি যোৱা ঘাইপথটি হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই পথেৰেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থী সকলে পৰশুৰামকুণ্ডলৈ যায়। এই ডুমডুমাৰ নাতিদূৰৈতেই অৱস্থিত ভূপেন হাজৰিকা সেতু। এই বৃহত্তম দলংখন চাবলৈ দেশ বিদেশৰ পৰ্যটকৰ দৈনন্দিন সোঁত বৈ আছে। কিন্তু ডিজিটেল অসমৰ কথা কৈ উফাইদাং মৰা শাসক চৰকাৰৰ বৰমুৰীয়া সকলৰ […]
১ আগষ্টৰ পৰা নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ নীতি-নিৰ্দেশনা কাৰ্যকৰী হ’বঃ মন্ত্ৰী পীযুষ হাজৰিকা
অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আজি জনতা ভৱনত ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুতৰ অন্তিমখন বৈঠকত অধ্যক্ষতা কৰে। ৰাজ্যিক ড্ৰাগবিৰোধী আৰু নিষেধাজ্ঞা পৰিষদৰ অধ্যক্ষাৰ নেতৃত্বত বিষয়াসকল, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব তথা আন বিষয়াসকল আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৯২ টা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা প্ৰতিনিধি উপস্থিত […]