কোপা আমেৰিকাৰ পৰা বিদায় ব্ৰাজিলৰ ! ছেমি ফাইনেলত উৰুগুৱে…
কোপা আমেৰিকাৰ পৰা ব্ৰাজিল বাহিৰ। কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলে ১০ জনীয়া উৰুগুৱেক পৰাস্ত কৰিব নোৱাৰিলে। উৰুগুৱেৰ নান্দেজে ৭৪ মিনিটত ৰঙা কাৰ্ড দেখি খেলপথাৰ এৰিছিল। কিন্তু ব্ৰাজিলে গ’ল কৰিব নোৱাৰিলে। নিৰ্ধাৰিত ৯০ মিনিটত কোনো দলেই গ’ল কৰিব নোৱাৰিলে। টাইব্ৰেকাৰত উৰুগুৱে ৪-২ গ’লত জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ৯০ তম মিনিটত খেল শেষ হোৱাৰ পাছত এই বছৰৰ […]
কোপা আমেৰিকাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনাৰ ! পেনাল্টীত ইকুৱেডৰৰ বিৰুদ্ধে ২-৪ গ’লত জয়লাভ
এমিলিয়ানো মাৰ্টিনেজ ২০২২ চনৰ বিশ্বকাপৰ ফাইনেলত নায়ক হৈছিল। আৰ্জেণ্টিনাৰ গ’লৰক্ষক অবিহনে লিয়োনেল মেছিয়ে কাটাৰত অনুষ্ঠিত বিশ্বকাপ জিকিব নোৱাৰিলেহেঁতেন।। ইকুৱেডৰৰ বিৰুদ্ধে টাইব্ৰেকাৰত দলটো জয়ী হোৱাত তেওঁ প্ৰধান ভূমিকা লয়। টাইব্ৰেকাৰত মেছিয়ে গ’ল কৰিবলৈ ব্যৰ্থ হৈছিল। মাৰ্টিনেজে সেই বিফলতাক সামৰি লৈছিল। খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ’লত সমাপ্ত হৈছিল। কোপা-ৰ নিয়ম অনুসৰি, নিৰ্ধাৰিত ৯০ মিনিটৰ খেলৰ পিছত, পোনপটীয়া […]