ভৰিৰ ফালে চাই শৰীৰত কি কি বেমাৰ আছে, কেনেকৈ বুজিব পাৰি জানেনে??
বহুতে মুখ বা শৰীৰৰ অন্যান্য অংগৰ যত্ন লয়। কিন্তু ভৰিৰ ক্ষেত্ৰত মিত্ৰতা অৱহেলিত। বহুতে ভৰিৰ প্ৰতি গুৰুত্ব নিদিয়ে। কিন্তু ভৰিৰ ফালে চাই শৰীৰত ৰোগৰ লেখ-জোখ কেনেকৈ বিচাৰি উলিয়াব জানো আহক। মুখখনেই হৈছে মনৰ দাপোন। মুখখন চাই মনটো পঢ়িব পাৰি। কিন্তু আপুনি জানেনে যে ভৰিকেইটা চাইও শৰীৰৰ ৰোগ সমুহ নিৰ্ণয় কৰিব পাৰি । ভৰিত ঘা দেখা […]