শোণিতপুৰৰ ঠেলামৰাত পিতা পুত্ৰৰ স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন
শোণিতপুৰ জিলাৰ ঠেলামৰাৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দুৰত্বত অৱস্থিত বৰগাঁৱত পিতা পুত্ৰৰ স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে । ঠেলামৰাৰ বৰগাঁও নিবাসী ডিম্বেশ্বৰ দাস আৰু পুত্ৰ বিশ্বজিৎ দাসে ২৫ বিঘা নিজ ভূমিত বৈজ্ঞানিক পদ্ধতিৰে চাহ খেতিৰে অধিক উৎপাদন কৰি বৰ্তমান উচিত মূল্য পাবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত চাহপাতৰ উচিত মূল্য নোপোৱাক লৈ ঠায়ে ঠায়ে তিব্ৰ […]