Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ঈদৰ দিনটোত ফাঁচী বজাৰত গো-বধ গুৱাহাটী পৌৰ নিগমৰ ১৬ নং ৱাৰ্ডৰ পাৰিষদ প্ৰমোদ স্বামীৰ নেতৃত্বত চলিল অভিযান

দিন দুপৰতে ফাঁচী বজাৰত গো-মাংস বিক্ৰী। চৰকাৰ প্ৰশাসনৰ নিৰ্দেশনাক চৰম অমান‍্য কৰি ফাঁচী বজাৰত গো-মাংস বিক্ৰী।আজি পবিত্ৰ ঈদ উজ জহা। মুচলমান সম্প্ৰদায়ৰ লোক সকলে আজিৰ দিনটোত ৰাতিপুৱা নামাজ পঢ়ি আল্লাক দুৱা কৰিছে সকলৰে মঙ্গলৰ কামনাৰ্থে। তাৰ পিছতেই ধৰ্মীয় নীতি অনুসৰি কুৰ্বানি কৰি খাদ‍্য গ্ৰহণ কৰে। কিন্তু কুৰ্বানিৰ খাদ‍্য হিচাপে জনাজান গো মাংসক লৈ ৰাজ‍্য চৰকাৰ […]

Wordpress Social Share Plugin powered by Ultimatelysocial