Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।১২ টা ৱেবচাইটত প্ৰকাশ পাব HSৰ ফলাফল ।কাইলৈ পুৱা ৯ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল।ৱেবচাইটৰ তালিকা ঘোষণা শিক্ষামন্ত্ৰীৰ। অসম ৰাজ‍্যিক বিদ‍্যালয় শিক্ষা বৰ্ডে প্ৰকাশ কৰা জাননী অনুসৰি ১২ টা ৱেবচাইটত প্ৰকাশ পাব HSৰ ফলাফল কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফলক লৈ চৰ্চাৰ মাজতে এই খবৰ দিলে […]

আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

আজিৰে পৰা আৰম্ভ মেট্ৰিক পৰীক্ষা। এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ ৪,২৯,৪৪৮ পৰীক্ষাৰ্থী।ৰাজ্যৰ ৯৪৪ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত মেট্ৰিক পৰীক্ষা। বিগত বৰ্ষতকৈ এইবাৰ ৪৮,১৮২ গৰাকী ছাত্ৰীৰ সংখ্যা বৃদ্ধি। ১,৯০,৬৫০ জন ছাত্ৰ, ২, ৩৮,৭৯৫ গৰাকী ছাত্ৰী এইবাৰ বহিছে পৰীক্ষাত। বিগত বৰ্ষতকৈ ৮,৭২০ পৰীক্ষাৰ্থী বৃদ্ধি।নতুন শিক্ষা নীতিৰ অধীনত এইবাৰ অনুষ্ঠিত হৈছে মেট্ৰিক পৰীক্ষা। এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলত নাথাকিব কোনো […]

Wordpress Social Share Plugin powered by Ultimatelysocial