Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

“বেআইনী ভাৱে উচ্ছেদ চলাইছে চৰকাৰে’

চাপৰত উচ্ছেদিতৰ কাষত অখিল গগৈ। অখিল গগৈৰ মতেসংখ্যালঘুৰ ওপৰত দাদাগিৰি চলাইছে চৰকাৰে। মুখ্যমন্ত্ৰীক স্পষ্টকৈ কৈছোঁ ৫০০ বিঘা মাটি দিব লাগে।ধুবুৰীৰ চাপৰত উপস্থিত হৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য। বাইকত উঠি উচ্ছেদিতৰ খবৰ লবলৈ গৈছিল অখিল গগৈ। সেই সময়তে ৰাজপথত অখিলক ৰখালে আৰক্ষীয়ে। অখিলক আটক কৰিলে ধুবুৰী আৰক্ষীয়ে। আটক কৰাৰ পিছতেই বিস্ফোৰক মন্তব্য অখিল গগৈৰ।

গৌৰীপুৰ আলমগঞ্জত উচ্ছেদৰ খবৰ পোৱাৰ পিছতেই হতাশাত হেজাৰ হেজাৰ পৰিয়াল

গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত সভা। পাট্টাৰ মাটি এৰি নিদিয়াৰ হুংকাৰ। প্ৰকল্প স্থাপনৰ পৰিকল্পনাৰে আলমগঞ্জৰ প্ৰায় চাৰি হেজাৰ বিঘা মাটি সীমা নিৰ্ধাৰণ কৰাৰ যো-জা চলাইছে চৰকাৰে। প্ৰায় চাৰি হেজাৰ বিঘা মাটিত উচ্ছেদৰ সম্ভাৱনা। প্ৰায় ৯০০ বিঘা পট্টা মাটি আছে। ২২০০ বিঘা মাটি আছে বুলি জানিব পৰা গৈছে। বুধবাৰে ধুবুৰী জিলা আয়ুক্ত, […]

Wordpress Social Share Plugin powered by Ultimatelysocial