অমৃত বৃক্ষ ২.০ৰ শুভাৰম্ভণি

অশোক গছৰ পুলি ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলন ২.০ৰ আজি শুভাৰম্ভ কৰা হয়। বৃহস্পতিবাৰে দিশপুৰস্থিত মন্ত্ৰীসকলৰ আৱাসিক চৌহদত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বনাঞ্চল বৃদ্ধি, সেউজকৰণৰ লগতে অৰ্থনীতি, কৃষি বনানীকৰণ খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে নাগৰিকৰ সহযোগিতাৰে এই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰে। বিগত বৰ্ষৰ পাছত এই বৰ্ষত “এজুপি গছ মাৰ নামত” শীৰ্ষক বিষয়বস্তুৰে ৰাজ্য […]
২০২৪ বৰ্ষত ৰাজ্যত ৪ কোটি গছপুলি ৰোপণ কৰা হ’ব: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ৰাজ্যত বন আন্দোলন আৰম্ভ কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে বন বিভাগটোৱে, এই উপলক্ষে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত পৰ্যালোচনা বৈঠকত অংশ লয়। জিলা উপায়ুক্ত কাৰ্যালয় সভা সভাত মন্ত্ৰীগৰাকীয়ে মৰিগাঁও জিলাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত আলোচনা […]
समुद्र से लेकर जंगलों तक इंसानों ने डाला डेरा…आखिर कहाँ होगा बेजूबानों का बसेरा?

कल महानगर के काहीलिपारा को लेपर्ड बेयरिंग एरिया घोषित कर दिया गया। इससे इलाके में दहशत फैल गई। स्थिति को देखते हुए वन विभाग ने लोगों को आतंकित न होने की अपील की और साथ ही वाहनों को धीमी गति से चलाने को कहा है। यह तो एक खबर थी। ऐसी कई सारी खबरें अखबारों में सुर्खियों का […]