Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ঘৰৰ ভিতৰতে হাতীৰ আক্ৰমণত মাতৃ-পুত্ৰই হেৰুৱালে প্ৰাণ।

মাতৃ – পুত্ৰৰ লগত ঘটিল ভয়ংকৰ ঘটনা। ঘৰৰ ভিতৰতে হাতীৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃ – পুত্ৰৰ।পেঙেৰীত বন্যহস্তীৰ ভয়ংকৰ তাণ্ডৱ। নিশা ব্ৰহ্মাজান চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী মহিলাসহ দুই ব্যক্তিয়ে। মানুহ আৰু হাতীৰ সংঘাতৰ এক কৰুণ পৰিণতি দেখা গ’ল পেঙেৰীৰ ব্ৰহ্মাজান চাহ বাগিচাত।নিশা প্ৰায় ১১:৩০ বজাত এজাক বন্যহস্তীয়ে চাহ বাগিচাখনত চলাই উপদ্ৰৱ। […]

কলিয়াবৰত হাতীৰ গছকত এগৰাকী যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ

কলিয়াবৰ চাহ বাগিছাৰ বৰ লাইনত পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী যুৱতী নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদত নামিল বাগিছাখনৰ চাহ শ্ৰমিক। নিশা দুটাকৈ বনৰীয়া হাতীয়ে বৰলাইনত ঘৰ ভঙাৰ উমান পাই প্ৰাণ ৰক্ষাৰ বাবে ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছিল সংগীতা সেৰু নামৰ দুৰ্ভগীয়া যুৱতী গৰাকী। যাৰ ফলত বনৰীয়া হাতীৰ সৈতে মুখামুখি হোৱাত হাতীটোৱে প্ৰাণ কাঢ়ি […]

Wordpress Social Share Plugin powered by Ultimatelysocial