ढिंग में चुनाव प्रचार के दौरान दर्दनाक हादसा,6 साल की बच्ची की मौत

असम के ढिंग से एक बहुत ही दर्दनाक और झकझोर देने वाली खबर सामने आई है। यहां चुनाव प्रचार के दौरान एक बड़ा हादसा हो गया, जिसमें छह साल की एक मासूम बच्ची की जान चली गई। बताया जा रहा है कि यह हादसा आरसीपीआई उम्मीदवार ज़ाकिर इस्लाम के चुनाव प्रचार के दौरान हुआ, जब […]
শিৱসাগৰ সমষ্টিটো বিজেপিয়ে দিলে প্ৰাৰ্থীত্ব

শিৱসাগৰ সমষ্টিটো বিজেপিয়ে দিলে প্ৰাৰ্থীত্ব।শিৱসাগৰ সমষ্টিটো অগপক এৰি দিছিল বিজেপিয়ে। এন ডি এৰ প্ৰাৰ্থী হিচাপে পূৰ্বে প্ৰদীপ হাজৰিকাক প্ৰাৰ্থিত্ব দিয়া হৈছিল। মনোনয়ন পত্ৰও দাখিল কৰিছে প্ৰদীপ হাজৰিকাই। কিন্তু তাৰ পিছতো পুনৰ বিজেপিয়ে এই সমষ্টিটোত আগবঢ়ালে প্ৰাৰ্থিত্ব। শিৱসাগৰ সমষ্টিত কুশল দুৱৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজেপিয়ে। বিজেপিৰ প্ৰাৰ্থী হিচাপে আজি মনোনয়ন দাখিল কৰিলে কুশল দুৱৰীয়ে এইবাৰৰ বিধানসভা […]
পত্নী-পুত্ৰৰ লগতে হাজাৰ-হাজাৰ সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে হিমন্ত বিশ্ব শৰ্মাই

আজি মনোনয়ন পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই। হেঙেৰাবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়ত জালুকবাৰী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰার্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰীয়ে।মাতৃৰ আশিস গ্ৰহণ কৰি মনোনয়ন দাখিল কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্রীৰ লগতে কেইবাগৰাকীয়ে হেভীৱেট প্ৰাৰ্থীয়ে দাখিল কৰিল মনোনয়ন পত্ৰ।খানাপাৰাৰ পৰা হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰে জালুকবাৰী সমষ্টিৰ […]
असम चुनाव से पहले BJP का बड़ा दांव, उम्मीदवारों की लिस्ट जारी

असम की सियासत से इस वक्त एक बड़ी खबर सामने आ रही है, जहां चुनाव से पहले भारतीय जनता पार्टी ने अपने उम्मीदवारों की लिस्ट जारी कर दी है। इस लिस्ट ने साफ कर दिया है कि पार्टी किस रणनीति के साथ मैदान में उतर रही है। मुख्यमंत्री हिमंत बिस्वा सरमा एक बार फिर जालुकबाड़ी […]
Assam Pradesh Congress Committee Pauses Alliance Talks with Raijor Dal

In a significant political development ahead of the Assam Assembly elections, the Assam Pradesh Congress Committee has announced that it has temporarily paused alliance talks with Raijor Dal. APCC president Gaurav Gogoi said the Congress had been trying to forge an electoral alliance with Raijor Dal to contest the upcoming Assembly elections as a united […]
BJP, UPPL Candidates File Nominations for Rajya Sabha Polls in Assam

Political activity intensified in Assam as candidates backed by the ruling alliance formally filed their nominations for the upcoming Rajya Sabha elections. In Guwahati, Terash Gowalla and Jogen Mohan of the Bharatiya Janata Party, along with Pramod Boro, president of the United People’s Party Liberal and NDA candidate, submitted their nominations for the three Rajya […]
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহানুভৱতা

ৰাজ্যত চলি আছে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা।তেজপুৰৰ পৰা আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰা মধ্য অসম হৈ আজি বিহপুৰীয়াত উপস্থিত হৈছে।ভূপেন বৰাৰ লগত বিহপুৰীয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ জন আশীৰ্বাদ যাত্ৰা। এই জন আশীৰ্বাদ যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ দেখুৱালে মহানুভৱতা।জন সমুদ্ৰত পৰিণত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত ৰাজপথত হঠাৎ […]
ৰাজ্যত আৰম্ভ নিৰ্বাচনী ৰণডংকা

অসমত ২০২৬ ত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিয়ে আৰম্ভ কৰিছে ‘জন আশীৰ্বাদ যাত্ৰা’।এই ৰাজনৈতিক যাত্ৰাই জিলাখনৰ লগতে অঞ্চলটোৰ লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা বৃদ্ধি কৰে।এই অনুষ্ঠানত যোগদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,কেবিনেট মন্ত্ৰী অশোক সিংঘল।আৰু এই অনুষ্ঠানত একাধিক নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে। আগন্তুক […]
২০২৬ বিধানসভা নিৰ্বাচনত কি হ’ব কংগ্ৰেছৰ পৰিণাম?

২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী আছে।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছলৈ নামি আহিল এক বৃহৎ ধুমুহা।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দলত্যাগে কংগ্ৰেছলৈ এক বিপৰ্যয় কঢ়িয়াই আনিলে।এনে পৰিস্থিতিৰ বাবে কংগ্ৰেছ দলৰ মাজত নানা আন্তঃকন্দলেও দেখা দিয়াৰ সম্ভাৱনা বৃদ্ধি পাইছে।অসম কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণে কংগ্ৰেছ দললৈ কিছু আশাৰ বতৰা […]
বাংলাদেশত সলনি হ’ল ৰাজনীতি। ভাৰত বিৰোধী স্থিতি লৈ বিপদত নেকি বাংলাদেশ?

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠা লাভেৰে চৰকাৰ গঠন কৰিবলৈ সাজু BNP । BNP তথা মিত্ৰদলৰ দখলত ২০৬খন আসন। মুঠ ৩০০খন আসনৰ ২৯৯খন আসনৰ বাবে হৈছিল নিৰ্বাচন। ইয়াৰ ভিতৰত ২০৬খন আসনেই লাভ কৰিছে BNP দলে। বাংলাদেশত চৰকাৰ গঠনৰ মেজিক নাম্বাৰ ১৫১। জামাত-ঈ-ইছলামী মিত্ৰজোঁটে লাভ কৰিছে ৬৭খন আসন। অন্যান্য ৰাজনৈতিক দলে লাভ কৰিছে ২০খন আসন। এতিয়াও ৬খন […]