বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ মাজত নৈতিকতাৰ অভাৱ

বৰ্তমান সময়ত যুৱ সমাজৰ মাজত তীব্ৰ ভাৱে বৃদ্ধি পাইছে উশৃংখলতা।নৈতিকতাৰ অভাৱে যুৱ প্ৰজন্মক বিশৃংখল কৰি তুলিছে যাৰ ফলত সঘনাই দেখা পোৱা যায় হত্যা,হিংসা আৰু বৰ্বৰতা। আজিকালি যুৱ সমাজৰ এচাম ড্ৰাগছৰ আসক্তিত ভুগিছে।নৱ প্ৰজন্মৰ এই প্ৰবণতাই সমাজখনক অৱনতিৰ দিশতহে আগুৱাই লৈ গৈছে।আধুনিকতাৰ পথত দেশখন যিমানেই আগবাঢ়ি গৈছে সিমানেই যুৱ সমাজৰ মাজত নৈতিকতাৰ অভাৱে দেখা দিছে। ম’বাইলত […]
ISRO Announces YUVIKA 2026; Applications to Open for Class 9 Students

The Indian Space Research Organisation has announced the launch of YUVIKA 2026, its main student outreach initiative aimed at fostering interest in space science among school children. YUVIKA, short for Young Scientist Programme, is meant to give young students early exposure to India’s space missions, satellite technology, and rocket science through hands-on learning experiences. According […]
NEET UG 2026 Registration Now Open; Exam Scheduled for May 3 in 13 Languages

The National Testing Agency (NTA) has started the online registration process for the National Eligibility-cum-Entrance Test (Undergraduate) for NEET UG 2026. This marks the first step for medical aspirants seeking admission to MBBS, BDS, and other related undergraduate courses this year. Candidates can apply at the official portal neet.nta.nic.in until March 8, 2026. The NEET […]
শিক্ষানুষ্ঠানত নচলিব জাতিগত বৈষম্য।UGC ৰ এটা নতুন নিৰ্দেশনাক লৈ কঁপিছে দেশ।দেশজুৰি আৰম্ভ প্ৰতিবাদ।তাৰ পিছতেই সৰ্বোচ্চ ন্যায়লয়ৰ স্থগিতাদেশ।

বিশ্ববিদ্যালয় অনুদান আয়োগ (University Grants Commission)এ ২০২৬ বৰ্ষত প্ৰণয়ন কৰিছে এক নতুন নিয়ম, যাক উচ্চ শিক্ষা প্ৰতিষ্ঠানত সমতা বৃদ্ধিৰ নিয়মাৱলী, ২০২৬ (Promotion of Equity in Higher Education Institutions Regulations, 2026) বুলি কোৱা হয়। এই নিয়মসমূহৰ উদ্দেশ্য বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত জাতিভিত্তিক বৈষম্য ৰোধ কৰা। নিয়ম অনুসৰি প্ৰতিখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত ইকুইটি কমিটী গঠন কৰিব লাগিব। এই […]
কামৰূপৰ চনমাগুৰী উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠৰ ব্যতিক্ৰমী পদক্ষেপ

ছাত্ৰ-ছাত্ৰীক অৰ্থনৈতিকভাৱে পৰিপক্ক কৰি তোলাৰ লগতে সঠিক জোখ-মাখৰ জ্ঞান দিয়াৰ উদ্দেশ্যে চনমাগুৰী বিদ্যালয়ে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ। চনমাগুৰী উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠৰ চৌহদত বহিছে এখন বিশেষ বজাৰ। বিভিন্ন শাক-পাচলিৰ পৰা আৰম্ভ কৰি পকৰি, পিঠা-লাড়ু আদি সকলো উপলব্ধ এই বজাৰখনত। সম্পূৰ্ণৰূপে ঘৰত উৎপাদিত তথা তৈয়াৰী কৰা সামগ্ৰী বিক্ৰী কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে। বিদ্যালয় সপ্তাহৰ লগত সংগতি […]
IIT Madras Unveils NIPTA Portal to Strengthen Training, Skill Assessment & Job Placements

In a bid to enhance employability and bridge the skills gap in India’s engineering landscape, the Indian Institute of Technology Madras has launched the National Internship, Placement, Training and Assessment (NIPTA) portal. The initiative aims to create a unified digital ecosystem that links students, training providers and industry, thereby streamlining internship and placement workflows. During […]
TET Cum Recruitment Testৰ GT আৰু PGT নিযুক্তিক লৈ ডাঙৰ আপডেট।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে TET Cum Recruitment Testৰ GT আৰু PGT নিযুক্তিৰ দ্বিতীয় তালিকা ভেৰিফিকেচনৰ বাবে অচিৰেই প্ৰকাশ হ’ব বুলি ঘোষণা কৰিছে।TET Cum Recruitment Testক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৰিলে ডাঙৰ ঘোষণা l ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে ঘোষণা কৰে যে ‘বৰ্তমান চলি থকা প্ৰমাণপত্ৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত, বিজ্ঞাপিত পদৰ বিপৰীতে খালী […]
Kamrup Metro Schools to Start at 7:30 AM from June 11to 16 Amid Heatwave

In light of the persistent heatwave conditions, the District Commissioner of Kamrup Metro has announced revised school hours for all educational institutions across the district. The new schedule will be in effect from June 11 to June 16, 2025, and will apply to government, provincialised, and private schools alike. As per the new schedule,Lower Primary […]
ৰঙিয়াত কলেজীয়া শিক্ষাৰ্থীৰ অভিনৱ প্ৰতিবাদ

বিলাসী গাড়ীত ভ্ৰমণ কৰা বিধায়কে নুবুজে শিক্ষাৰ্থী তথা সাধাৰণ ৰাইজৰ দুশ-দুৰ্দশা,এই অভিযোগ ছাত্ৰ সমাজৰ। পথৰ দুৰৱস্থা, মহাবিদ্যালয়ৰ কাষতেই থকা সুৰাৰ বিপণী বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে । ৰঙিয়া নগৰৰ পৰা মহাবিদ্যালয় খনলৈ যোৱা মূল পথত ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁত। দীৰ্ঘদিনৰ পৰা পথৰ দুৰৱস্থাই জুৰুলা কৰি আহিছিল শিক্ষাৰ্থী তথা পথচাৰি সকলক। উক্ত […]
২০ বছৰে সাঁতুৰি নৈ পাৰ হৈ বিদ্যালয়লৈ আহি আছে এজন শিক্ষক

এজন শিক্ষকৰ কাহিনীয়ে আপোনাকো চুই যাব। প্ৰায় ২০ বছৰে সাঁতুৰি নৈ পাৰ হৈ বিদ্যালয়লৈ আহি আছে এজন শিক্ষক।শিক্ষকজনৰ কাহিনীয়ে চুই গৈছে দেশবাসীক। নাম- আব্দুল মালিক।এটা দিনেও ছুটী নোলোৱা এজন শিক্ষক,প্ৰতিদিনেই সাঁতুৰি নৈ পাৰ হৈ বিদ্যালয়লৈ আহে তেওঁ,হাতত কিতাপৰ বেগ,কাপোৰ লৈ এবুকু পানীত সাঁতুৰি তেওঁ বিদ্যালয়লৈ আহে l গণিতৰ শিক্ষক আব্দুল মালিকৰ কাহিনী এতিয়া আদৰ্শ আৰু […]