আপুনি জানেনে মহিলাৰ শৰীৰত হৃদৰোগে সদায় গোপনে আশ্রয় লয়
আপুনি জানেনে মহিলাৰ শৰীৰত হৃদৰোগে সদায় গোপনে আশ্রয় লয় । এইসমুহ লক্ষণে দেখা পালে সজাগ হওক। দিন পাৰ হৈ যোৱাৰ লগে লগে হৃদৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। পুৰুষৰ লগতে মহিলাৰো হাৰ্ট এটেকৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। ৪০ বছৰ পোৱাৰ পিছত বিপদ বহুত বৃদ্ধি পায়। গতিকে আগতীয়াকৈ সতৰ্ক কৰি দিয়াই ভাল।বিশেষকৈ মহিলাৰ ৰক্তবৃত্তিৰ […]