Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

Tensions Rise in Dhubri as Prohibitory Orders Clamp Down Following Alleged Cow Meat Recovery

Dhubri, Assam, is currently under prohibitory orders following the alleged recovery of cow meat at multiple locations within the town. The District Commissioner issued the orders under Section 163(1) of the Bharatiya Nagarik Suraksha Sanhita, 2023, a measure designed to prevent potential breaches of peace and maintain public tranquility in the face of escalating tensions. […]

ধুবুৰীৰ এটা ভোটকেন্দ্ৰত নিশা ভয়ংকৰ পৰিস্থিতি

ধুবুৰীত উত্তেজিত ভোটাৰৰ ৰোষত পৰিল আৰক্ষী, নিৰ্বাচনী বিষয়া। বুধবাৰে নিশা আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ ভোটাৰ ৰাইজৰ। এজন ব্যক্তিয়ে বাৰে বাৰে জালিয়াতিৰে ভোট দিয়াৰ গুৰুতৰ অভিযোগ তুলি বেলট বাকচ ভোট কেন্দ্ৰৰ পৰা লৈ যোৱাত বাধা দিয়ে ভোটাৰ ৰাইজে। ধুবুৰী ভাষানীচৰ গাঁও পঞ্চায়তৰ আৰফাতুন নেছা এম,ই স্কুলত সংঘটিত হয় এই ঘটনা। ভোটদান প্ৰক্ৰিয়া শেষ হৈ যোৱাৰ পাছতে এগৰাকী […]

ধুবুৰীত শ্ৰমিক দিৱসৰ দিনা এগৰাকী সমাজ সেৱকৰ ব্যতিক্ৰমী পদক্ষেপ

আজি ১ মে’ আন্তঃজাৰ্তিক শ্ৰমিক দিৱস। মে মাহৰ প্ৰথম দিনটোতেই শ্ৰমিক দিৱসৰ পালন কৰা হয় বহু দেশত। শ্ৰমিক দিৱসৰ আজিৰ দিনটোতেই ধুবুৰীত এগৰাকী সমাজ সেৱকে গ্ৰহণ কৰিলে ব্যতিক্ৰমী পদক্ষেপ। ধুবুৰী চহৰৰ বাট পথত চেণ্ডেল নোহোৱাকৈ শ্ৰম কৰি থকা শ্ৰমিক সকলক নিজ হাতেৰে এযোৰ চেণ্ডেল দিলে দিপাংকৰ মজুমদাৰ নামৰ লোকজনে। চেণ্ডেলযোৰ লোৱাৰ পিছতেই শ্ৰমিকৰ মুখত বিৰিঙিল […]

ধুবুৰীত একাংশ চৰকাৰী চিকিৎসকে চিকিৎসাৰ নামত চলাই গৈছে লুণ্ঠনৰাজ

ধুবুৰীত চৰকাৰী চিকিৎসকে দালালৰ সৈতে মিলি লুন্ঠন চলোৱাৰ অভিযোগ এআইইউডিফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। ধুবুৰী মেডিকেল কলেজকে ধৰি ধুবুৰীৰ একাংশ হস্পিতালৰ একাংশ চিকিৎসকে টেষ্টৰ নামত সংগ্ৰহ কৰে কমিছন।অলাগতিয়াল টেষ্টৰ জৰিয়তে সাধাৰণ দুখীয়া ৰাইজৰ টকা সমূহ লুণ্ঠন কৰাৰ অভিযোগ ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ। কেৱল এইয়া নহয় কতৰ্ব্যৰত সময়ত চৰকাৰক ফাকি দি ব্যক্তিগত লেবৰেটৰী আৰু চেম্বাৰত বহি […]

নদী শুকাই যোৱাৰ ফলত ধুবুৰীত আবদ্ধ বাংলাদেশৰ পাচঁখনকৈ জাহাজ

উদ্বেগজনক ভাৱে কমিবলৈ আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাসে প্ৰভাৱ পেলাইছে আন্তঃৰাষ্ট্ৰীয় ব্যাৱসায়ত । ধুবুৰীৰ পৰা বাংলাদেশলৈ চলি থকা জাহাজ চলাচলত সৃষ্টি হৈছে সমস্যাৰ । বন্ধ হৈ পৰিছে ধুবুৰীৰ পৰা বাংলাদেশলৈ চলি থকা মালবাহী জাহাজ । আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক চুক্তি অনুসৰি বাংলাদেশলৈ ৰপ্তানি কৰা হৈছিল শিল আৰু কয়লা । সমান্তৰাল ভাৱে বাংলাদেশৰ পৰা প্লাষ্টিকৰ […]

Wordpress Social Share Plugin powered by Ultimatelysocial