Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

একেখন স্কুলৰ পৰা নোহোৱা হল ৫ ছাত্ৰ চাঞ্চল্যকৰ ঘটনা

একেখন স্কুলৰ ৫ ছাত্ৰ সন্ধানহীন। ধেমাজিত চাঞ্চল্যকৰ ঘটনা। একেদিনাই একেখন স্কুলৰ পৰা নোহোৱা হল ৫ ছাত্ৰ।ঘৰৰ পৰা স্কুললৈ বুলি আহি স্কুলত প্ৰৱেশ নকৰাকৈয়ে সন্ধানহীন ৫ জন ছাত্ৰ। নৱম শ্ৰেণীৰ ছাত্ৰ আছিল আটাইকেইজন নিৰুদ্দিষ্ট ছাত্ৰ। ধেমাজিৰ বৰদলনী লিটিল গড মডেল স্কুলৰ আছিল ছাত্ৰ কেইজন। নিৰুদ্দিষ্ট ছাত্ৰ কেইজন অংকুৰ জ্যোতি গগৈ, ভৱেশ গগৈ, ৰক্তিম মুখীয়া, লোপেন্দ্ৰ সোণোৱাল, […]

ধেমাজিত অসম জাতীয় পৰিষদৰ চতুৰ্থ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

জাতীয়তাবাদী ভাবধাৰাৰে ২০২০ চনত জন্মলাভ কৰা অসম জাতীয় পৰিষদৰ দলটিয়ে আজি চতুৰ্থ বৰ্ষত ভৰি দিলে। জাতীয় জীৱনৰ এই ঐতিহাসিক দিনটোত ধেমাজি জিলা বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগনত এদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। সভাৰ পতাকা উত্তোলন কৰে দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বাহিৰ কৰা হয় সাংস্কৃতিক শোভাযাত্ৰাৰ। সভাত উপস্থিত থাকে কেন্দ্ৰীয় সাধাৰণ […]

Wordpress Social Share Plugin powered by Ultimatelysocial