কিমান দূৰ আগবাঢ়িছে জুবিন গাৰ্গৰ মৃত্য়ুৰ তদন্ত জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত হত্যাৰ ধাৰা সংযোজন কৰা হৈছে। জুবিনৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত হত্যাৰ সন্দেহ।CIDৰ কাৰ্যালয়ত চলিছে মাৰাথন জেৰা। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা চলাই বহু তথ্য লাভ কৰিছে CIDএ।আজি সন্দিপন গাৰ্গ আৰু শেখৰ জ্যোতি গোস্বামীক পুনৰ জেৰা চলাই CIDএ। ইতিমধ্যে জুবিন গাৰ্গৰ বহু সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।সিদ্ধাৰ্থ শৰ্মাৰ বেগৰ পৰা উদ্ধাৰ জুবিন গাৰ্গৰ […]
PAN Card Scandal, Website Deletions Surface; Zubeen Garg Death Mystery Deepens

Guwahati, October 1, 2025 — In a major development in the investigation into the death of legendary Assamese singer Zubeen Garg, two key suspects have been arrested, ending a 13-day manhunt that had gripped the state. Shyamkanu Mahanta, chief organiser of the North East India Festival, and Zubeen Garg’s manager Siddharth Sharma were taken into […]
जुबीन गर्ग: असम का अमर संगीत सितारा

असम और पूरे पूर्वोत्तर का संगीत जगत आज अपने सबसे प्रिय कलाकार जुबीन गर्ग को याद कर रहा है। उनका संगीत, उनकी आवाज़ और उनका व्यक्तित्व लाखों लोगों के दिलों में हमेशा जिंदा रहेगा। जुबीन गर्ग सिर्फ़ एक गायक नहीं थे, बल्कि असम की सांस्कृतिक पहचान और भावनाओं की आवाज़ थे। उनका करियर कई दशकों […]
কলিয়াবৰত হাতীৰ গছকত এগৰাকী যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ

কলিয়াবৰ চাহ বাগিছাৰ বৰ লাইনত পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী যুৱতী নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদত নামিল বাগিছাখনৰ চাহ শ্ৰমিক। নিশা দুটাকৈ বনৰীয়া হাতীয়ে বৰলাইনত ঘৰ ভঙাৰ উমান পাই প্ৰাণ ৰক্ষাৰ বাবে ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছিল সংগীতা সেৰু নামৰ দুৰ্ভগীয়া যুৱতী গৰাকী। যাৰ ফলত বনৰীয়া হাতীৰ সৈতে মুখামুখি হোৱাত হাতীটোৱে প্ৰাণ কাঢ়ি […]
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান

৭৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ সত্যপাল মালিকৰলদিল্লীৰ RML হাস্পতালত শেষ নিশ্বাস ত্যাগ।দীৰ্ঘদিনে কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল নেতা গৰাকী। কিডনীৰ ৰোগত ভুগি আছিল বৰ্ষীয়ান নেতাগৰাকী। মোডী চৰকাৰৰ বিৰুদ্ধে পুলৱামা কাণ্ডৰ সময়ত গাফিলতিৰ ভয়ংকৰ অভিযোগ আনিছিল সত্যপাল মালিকে।১৯৪৬ চনৰ ২৪ জুলাইত জন্ম হৈছিল সত্যপাল মালিকৰ। জম্মু কাশ্মীৰৰ লগতে মেঘালয়, উৰিষ্যাৰো ৰাজ্যপাল আছিল মালিক।
ৰঙিয়াৰ ভাতকুছিত ব’লবম ভক্তৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ নতুন মোৰ

৯ জন বন্ধুৰ সৈতে ব’লবমলৈ গৈছিল বৰকুকৰীয়াৰ কংকণ দাস। ৰহস্যজনক ভাৱে ঘৰলৈ উভতিল ৮ বন্ধু, কিন্তু কংকণ দাসৰ নিথৰ দেহ পৰি ৰ’ল ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত। উদিয়ানাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল কংকণ দাসৰ মৃতদেহটো। মৃত কংকণ দাসৰ দেহত আঘাতৰ চিন পোৱা গৈছে। দুখন ভৰি চিঙি যোৱা অৱস্থাত প্ৰত্যক্ষ কৰে ৰঙিয়া […]
কেনেকৈ দুৰ্ঘটনা সংঘটিত কৰিছিল নন্দিনীয়ে?

নন্দিনী কাশ্যপৰ ঘটনাক লৈ বহু কথা ক’লে মহানগৰ আৰক্ষীয়ে। নন্দিনীক গ্ৰেপ্তাৰ কৰোতে কিয় পলম হ’ল মহানগৰ আৰক্ষীৰ। মহিলা হোৱাৰ বাবে আইনৰ নিয়ম অনুসৰি গ্ৰেপ্তাৰ কৰোতে পলম হোৱা বুলি উল্লেখ আৰক্ষীৰ।জামিনবিহীনভাৱে গ্ৰেপ্তাৰ কৰা হৈছে নন্দিনীক।নন্দিনীৰ বাহনৰ ফৰেনচিক পৰীক্ষা কৰা হ’ব। দুৰ্ঘটনাৰ নিশা খবৰ পোৱা নাছিল আৰক্ষীয়ে। ‘সূৰ্য অস্ত যোৱাৰ পিছত মহিলাক গ্ৰেপ্তাৰ কৰিব নোৱাৰি’ বুলি মন্তব্য।দুৰ্ঘটনা […]
অৱশেষত গ্ৰেপ্তাৰ হ’ল নন্দিনী কাশ্যপ

গ্ৰেপ্তাৰ কৰা হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক। জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপক।হিট এণ্ড ৰানৰ গোচৰত অভিনেত্ৰী নন্দিনী কাশ্যপৰ হব পাৰে ১০ বছৰ পৰ্যন্ত জেল। পানবজাৰ মহিলা আৰক্ষী থানাত গ্ৰেপ্তাৰ নন্দিনীক । দুৰ্ঘটনাৰ পিছতে নন্দিনীৰ ওপৰত গোচৰ ৰুজু কৰা হৈছিল যদিও জামিন লাভ কৰিছিল নন্দিনীয়ে। মহানগৰ আৰক্ষীয়ে সংবাদমেল যোগে দিছে বহু তথ্য। দুৰ্ঘটনাগ্ৰস্থ বাহনখন ইতিমধ্য়ে জব্দ কৰিছে […]
ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। বিভিন্ন ঠাইত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ মৃত্যু। ধুবুৰী, ধেমাজি, বজালী সকলো ঠাইতে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধি। ধেমাজিত আঢ়ৈ বছৰীয়া কণমানীৰ মৃত্যু জাপানীজ এনকেফেলাইটিছত।ধুবুৰীত এজনৰ মৃত্যু। বৰ্তমানেও ১৪জনকৈও অধিক লোক চিকিত্সাধীন ধুবুৰীত। বজালী জিলা মেলিৰিয়া বিভাগৰ তথ্য মতে বজালীত ৩ জন লোক আক্ৰান্ত হৈছে জাপানিজ এনকেফেলাইটিছত। ৫ জনৰ দেহত জাপানীজ […]
আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ আছে ক’লা অধ্যায় পূৰ্বে ১০০ বাৰ দুৰ্ঘটনাত পতিত হৈছিল বিমান বয়িং ড্ৰিমলাইনাৰ!

অভিশপ্ত ১২ জুন.. আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ আছে বহু কাৰিকৰী বিজুতি।সঘনাই দুৰ্ঘটনাত পতিত হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন। সামাজিক মাধ্যমত লিখিলে কেইবাগৰাকীও পুৰণি এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰী, পাইলটে। ২০০৯ চনত প্ৰথম বাৰৰ বাবে দুৰ্ঘটনাত পতিত হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমান বয়িং ড্ৰিমলাইনাৰ। বিমানখনত বিজুতি থকা বাবে দীৰ্ঘদিনৰ বাবে উৰণতো নিষেধাজ্ঞা আৰোপ কৰা থোৱা […]