গুৱাহাটীৰ শ্ৰেয়া হত্যাৰ আঁৰৰ কাহিনী!
গুৱাহাটীৰ মাজ-মজিয়াত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বামুণীমৈদাম কাণ্ডৰ চাঞ্চল্যকৰ হত্যাকাণ্ড মাৰ নৌযাওঁতে পুনৰ গুৱাহাটী সংঘটিত আন এক হত্যাকাণ্ড।ঘটনাৰ স্থান গুৱাহাটীৰ উলুবাৰী।স্বামী ৰুবুল শৰ্মাৰ হাতত প্ৰাণ গ’ল পত্নী শ্ৰেয়া ভট্টাচার্য। দেওবাৰে পুৱা শোৱাপাটীতে পত্নীক হত্যা কৰি পল্টনবজাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ঘাতক স্বামী ৰুবুলে। কিন্তু তাৎপর্যপূর্ণ কথাটো হ’ল যে হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে পোহৰলৈ আহিছে এটাৰ […]