জুবিন গাৰ্গৰ ন্যায় বিচাৰি থকাসকল আদালতলৈ যাওক

কেতিয়া ন্যায় পাব প্ৰাণৰ শিল্পী জুবিন গাৰ্গে? কেতিয়া দোষীয়ে লাভ কৰিব উচিত শাস্তি। প্ৰানৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িক ভাৱে নোহোৱা হোৱাৰ ৫ টা মাহ সম্পূৰ্ণ হ’ল। কিন্তু বৰ্তমানেও লাভ কৰা নাই জুবিন গাৰ্গে ন্যায়। সমগ্ৰ অসমবাসী ৰৈ আছে জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত। নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত জুবিন গাৰ্গে ন্যায় পাবনে সেইয়া অসমবাসীৰ মনত […]
এতিয়াৰে পৰা বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰত জাতীয় সাজ পৰিধান কৰাতো অনিবাৰ্য

আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত আয়োজন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা। মঙ্গলবাৰে বটদ্ৰৱা থানত উপস্থিত হয় ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত নিৰ্মান কৰা বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন নীতি নিৰ্দেশনা জাৰি কৰে। যিকোনো সাজ-পোছাক পৰিধান কৰি এতিয়াৰে পৰা বটদ্ৰৱা আবিৰ্ভাৱ […]
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহানুভৱতা

ৰাজ্যত চলি আছে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা।তেজপুৰৰ পৰা আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰা মধ্য অসম হৈ আজি বিহপুৰীয়াত উপস্থিত হৈছে।ভূপেন বৰাৰ লগত বিহপুৰীয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ জন আশীৰ্বাদ যাত্ৰা। এই জন আশীৰ্বাদ যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ দেখুৱালে মহানুভৱতা।জন সমুদ্ৰত পৰিণত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত ৰাজপথত হঠাৎ […]
ৰাজ্যত আৰম্ভ নিৰ্বাচনী ৰণডংকা

অসমত ২০২৬ ত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিয়ে আৰম্ভ কৰিছে ‘জন আশীৰ্বাদ যাত্ৰা’।এই ৰাজনৈতিক যাত্ৰাই জিলাখনৰ লগতে অঞ্চলটোৰ লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা বৃদ্ধি কৰে।এই অনুষ্ঠানত যোগদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,কেবিনেট মন্ত্ৰী অশোক সিংঘল।আৰু এই অনুষ্ঠানত একাধিক নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে। আগন্তুক […]