অমৃত বৃক্ষ ২.০ৰ শুভাৰম্ভণি
অশোক গছৰ পুলি ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলন ২.০ৰ আজি শুভাৰম্ভ কৰা হয়। বৃহস্পতিবাৰে দিশপুৰস্থিত মন্ত্ৰীসকলৰ আৱাসিক চৌহদত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বনাঞ্চল বৃদ্ধি, সেউজকৰণৰ লগতে অৰ্থনীতি, কৃষি বনানীকৰণ খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে নাগৰিকৰ সহযোগিতাৰে এই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰে। বিগত বৰ্ষৰ পাছত এই বৰ্ষত “এজুপি গছ মাৰ নামত” শীৰ্ষক বিষয়বস্তুৰে ৰাজ্য […]