স্মাৰ্ট চিটীৰ নামত ৮০২ কোটি টকা ক’ত? শ্বেতপত্ৰ প্ৰকাশৰ দাবী কংগ্ৰেছৰ
গুৱাহাটী মহানগৰীত সঘনাই হৈ থকা বানপানী তথা অন্যান্য সমস্যাক লৈ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ দল। গুৱাহাটী মহানগৰীৰ উন্নয়নৰ নামত কংগ্ৰেছ দলটোৱে কেৱল দুৰ্নীতি সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰিছে। বুধবাৰে ৰাজীৱ ভৱনত সংবাদ মেলৰ আয়োজন কৰি কংগ্ৰেছ দলটোৱে গুৱাহাটীৰ উন্নয়নৰ নামত ৮০২ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। স্মাৰ্ট […]
বিজেপি চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ
পঞ্চায়ত নিৰ্বাচনৰ দিন সমাগত হোৱাৰ প্ৰেক্ষাপটত ৰাজ্যত সৰৱ হৈ পৰিছে বিৰোধী ঐক্য মঞ্চ। শাসকীয় দলৰ লগতে বিৰোধী দলবোৰেও ৰাজ্যৰ পঞ্চায়ত দখলৰ বাবে কঁকালত টঙালি বান্ধিছে। বিজেপি চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ বিৰুদ্ধাচৰণ কৰি বিৰোধী ঐক্যৰ নেতৃত্বই সমষ্টি পুনঃনিৰ্ধাৰণৰ প্ৰক্ৰিয়া কেৱল শাসকীয় দলৰ মন্ত্ৰী-বিধায়কক জড়িত কৰি প্ৰকাশ কৰা চৰকাৰী জাননী বাতিলৰ বাবে দাবী জনাই আহিছে। মঙলবাৰে বিৰোধী ঐক্যৰ […]
बांगलादेश पीएम शेख हसीना भारत में शरणागत, अंतरराष्ट्रीय रिश्तों पर असर
बीते कई समय से बांग्लादेश में चल रहे छात्र आंदोलन के चलते पीएम शेख हसीना को अपनी कुर्सी का त्याग करना पड़ा। बांग्लादेश की पूर्व प्रधानमंत्री आज भारत में शरणागत है। इससे अंतरराष्ट्रीय रिश्तों पर गंभीर प्रभाव पड़ रहा है। आज हम आपको यहां कुछ ऐसे ही परिणाम से अवगत कराते हैं। भारत-बांग्लादेश संबंधों में […]
টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমক কৰিব ইলেকট্ৰ’নিক হাবঃ মুখ্যমন্ত্ৰী
শণিবাৰৰ দিনটো অসমবাসীৰ বাবে এটা স্মৰণীয় দিন হিচাপে পৰিগণিত হৈছে। এই দিনটোতে বহুপ্ৰতিক্ষিত টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কাৰ্যসূচী সম্পন্ন হয়। জাগীৰোডত আৰম্ভ হ’বলগীয়া টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কেইবাহাজাৰ কৰ্মসংস্থাপন সৃষ্টি কৰিব। সামাজিক মাধ্যমত নিজৰ মতামত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই প্ৰকল্পই বিশ্বৰ মানচিত্ৰত অসমক ইলেকট্ৰনিক হাব হিচাপে […]
অমৃত বৃক্ষ ২.০ৰ শুভাৰম্ভণি
অশোক গছৰ পুলি ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলন ২.০ৰ আজি শুভাৰম্ভ কৰা হয়। বৃহস্পতিবাৰে দিশপুৰস্থিত মন্ত্ৰীসকলৰ আৱাসিক চৌহদত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বনাঞ্চল বৃদ্ধি, সেউজকৰণৰ লগতে অৰ্থনীতি, কৃষি বনানীকৰণ খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে নাগৰিকৰ সহযোগিতাৰে এই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰে। বিগত বৰ্ষৰ পাছত এই বৰ্ষত “এজুপি গছ মাৰ নামত” শীৰ্ষক বিষয়বস্তুৰে ৰাজ্য […]
অসমৰ পৰা কিমানে পাইছে ৰাজ্যপালৰ পদ?
দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২৮ জুলাই তাৰিখে একাধিক ৰাজ্যৰ বাবে ৰাজ্যপালৰ নাম ঘোষণা কৰিছে। দেশৰ নখন ৰাজ্যৰ বাবে নতুনকৈ ৰাজ্যপাল নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় শাসিত এলেকা পুডুচেৰীৰ বাবে এজন উপৰাজ্যপাল নিযুক্তি দিছে। এই তালিকাত স্থান পাইছে অসমৰ জ্যেষ্ঠ বিজেপি নেতা তথা মঙলদৈ সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা। শেহতীয়াকৈ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা ৰাজ্যপালৰ তালিকাত অসমৰ ৰমেন […]
MODI 3.0: PUSH FOR ATMANIRBHARTA!
Finance Minister Nirmala Sitharaman unveiling the Union Budget for 2024-25, the government has reaffirmed its commitment to the four pillars of its development agenda: ‘Garib’ (Poor), ‘Mahilayen’ (Women), ‘Yuva’ (Youth) and ‘Annadata’ (Farmer). This year’s budget places a significant emphasis on enhancing self-sufficiency or ‘Atmanirbharta’ through strategic initiatives aimed at empowering these key demographics. EMPOWERING […]
১ আগষ্টৰ পৰা নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ নীতি-নিৰ্দেশনা কাৰ্যকৰী হ’বঃ মন্ত্ৰী পীযুষ হাজৰিকা
অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আজি জনতা ভৱনত ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুতৰ অন্তিমখন বৈঠকত অধ্যক্ষতা কৰে। ৰাজ্যিক ড্ৰাগবিৰোধী আৰু নিষেধাজ্ঞা পৰিষদৰ অধ্যক্ষাৰ নেতৃত্বত বিষয়াসকল, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব তথা আন বিষয়াসকল আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৯২ টা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা প্ৰতিনিধি উপস্থিত […]
Flood in Assam is now drawing national attention!
The devastating flood in Assam have escalated into a national crisis, capturing the attention and concern of the entire country. The relentless monsoon rains have caused rivers to overflow, submerging vast areas, destroying homes, and displacing thousands of people. The sheer scale of this disaster has overwhelmed local resources, necessitating a coordinated national response to […]
কাছাৰৰ কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৰ শ্লুইচ গেট পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ
কাছাৰৰ কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৰ শ্লুইচ গেট পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ শণিবাৰে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কাছাৰ জিলাৰ কাতিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো শ্লুইচ গেট পৰিদৰ্শন কৰে। সমষ্টিটোত ভাৰত-বাংলাদেশ সীমান্তত ব’ৰ্ডাৰ ৰোডচ অৰ্গেনাইজেচ্যনে নিৰ্মাণ কৰা ৬খন শ্লুইচ গেট জলসম্পদ বিভাগে ২০২২ চনৰ পৰা পৰিচালনা কৰি […]