Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

আজিৰে পৰা আৰম্ভ বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সোণালী জয়ন্তী

১৯৭০ চনতে অঞ্চলটোৰ কেইগৰাকীমান মহানুভৱ ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত জন্মলাভ কৰা বিশ্বনাথ চাৰিআলি নগৰ সমিতিখন ২০১১ চনত পৌৰসভালৈ উন্নীত হয়। বৰ্তমান ১২ টা ৱাৰ্ডৰে গঠিত হৈছে বিশ্বনাথ পৌৰসভা। ইতিমধ্যে ৫৫ বছৰ অতিক্ৰম কৰা পৌৰসভাখনৰ বহু আকাংক্ষিত সোণালী জয়ন্তী মহোৎসৱ আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হৈছে। আজি ৫৫ খন পতাকা উত্তোলনৰে আৰম্ভ হয় সোনালী জয়ন্তীৰ কাৰ্যসূচী। […]

ধ্বংসস্তুপত পৰিণত হ’ল বিশ্বনাথৰ এটা মছজিদ

ৰাজ্যত উচ্ছেদ অভিযান এতিয়াও অপৰিৱৰ্তিত ৰূপত আছে। এইবাৰ বিশ্বনাথৰ নিজ বাঘমাৰীত চলিল প্ৰশাসনৰ বুলড’জাৰ । উল্লেখ্য যে, মুঠ ৭৩২ টা পৰিয়াললৈ যোৱা আগষ্ট মাহতে জিলা প্ৰশাসনে বেদখলকাৰীলৈ প্ৰেৰণ কৰিছিল জাননী । ইয়াৰ পাছতেই একাংশ লোকে কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ। ইয়াৰ পাছতে উচ্চ ন্যায়লয়ে উচ্ছেদ অভিযান স্থগিতাৰ্দেশ জাৰি কৰিছিল । অৱশেষত ,আজি ন্যায়লয়ৰ কাষ চপা ৬৮ […]

বিশ্বনাথত পুণৰ চলিব উচ্ছেদ অভিযান

বিশ্বনাথত পুণৰ চলিব প্ৰশাসনৰ বুলডজাৰ।বিশ্বনাথৰ ন’নকে জাপৰিগুৰিত উচ্ছেদ সম্পন্ন হোৱাৰ পিছত এইবাৰ বিহালী বিধান সভা সমষ্টিৰ নিজ বাঘমাৰীৰ নামপাৰা, পলকটা আদি অঞ্চলত চলিব বিশ্বনাথ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। বিশ্বনাথ জিলা প্ৰশাসনে নতুনকৈ জাৰি কৰিলে উচ্ছেদৰ জাননী ৷ ৪৩৩ টা পৰিয়াললৈ জাৰি কৰা হৈছে উচ্ছেৰ জাননী। ২৬৫ বিঘা ৩ কঠা ১৫ লেচা মাটিত চলিব এই উচ্ছেদ […]

Wordpress Social Share Plugin powered by Ultimatelysocial