অসমৰ প্ৰত্যেকজন মুছলমান মানুহে জেহাদ কৰিব লাগিব
শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সমগ্ৰ ৰাজ্যত গো মাংস নিষিদ্ধ ঘোষণা কৰাৰ পিছতে খৰ্গহস্ত হৈ পৰিছে মুছলমান জনতা। বিশেষকৈ হিমন্ত চৰকাৰে সংখ্য়ালঘুক টাৰ্গেট কৰি নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে।ইয়াৰ মাজতে,এইবাৰ হিমন্ত চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ।আমছুৰ সভাপতিগৰাকীৰ মতে,”অসমৰ প্ৰত্যেকজন মুছলমান মানুহে এতিয়া জেহাদ কৰিব লাগিব।এই জেহাদ কৰিব লাগিব শিক্ষাৰ […]