দৃষ্টিহীনতাই সফলতাত হেঙাৰ হ’ব নোৱাৰে, প্ৰমাণ কৰি দেখুৱালে বাইহাটা চাৰিআলিৰ এজন যুৱকে
সকলো হেঙাৰ নেওচি সফলতাৰ শিখৰত আগবাঢ়ি গৈছে এজন বাইহাটা চাৰিআলিৰ এজন যুৱক। বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী বৰগাঁৱৰ দৃষ্টিহীন যুৱক লক্ষ্যধৰ শৰ্মাই হস্তৰেখাৰ জ্যোতিষ শাস্ত্ৰত লাভ কৰিলে পি এইচ ডি ডিগ্ৰী। আঠ বছৰ অধ্যায়ণ কৰাৰ পিছত লক্ষ্যধৰে লাভ কৰিলে এই ডিগ্ৰী । লক্ষ্যধৰ শৰ্মাই গুৱাহাটীৰ বিশ্ব জ্যোতিষ বিদ্যাপীঠত অধ্যায়ণ কৰিছিল । দৃষ্টিহীন হোৱাৰ পিচতো হস্তৰেখা জ্যোতিষ শাস্ত্ৰত […]