অসমৰ ATM ত লুটপাট চলোৱা ডকাইত আৰক্ষীৰ জালত
বশিষ্ঠ আৰক্ষীৰ জালত দেশৰ এটা MOST WANTED ডকাইত। হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুধৰ্ষ ডকাইতটোক।দুধৰ্ষ ডকাইতটোৰ নাম ৰাহুল। অসমৰ ATM ত লুটপাট চলাইছিল ৰাহুলে।১৪ এপ্ৰিলত কইনা ধৰাৰ পৰা ATM ভাঙি লুটিলে ৫ লাখ টকা। ৫ জনীয়া এটা গেঙে সংঘটিত কৰিছিল এই ডকাইতি কাণ্ডটো।ইয়াৰ দুটা অসমৰ,বাকী কেইজন বহিঃ ৰাজ্যৰ।গেংটোৰ মূল মাষ্টাৰমাইণ্ড আছিল ৰাহুল।৫.৫০ লাখ টকা লৈ […]