Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ব্ৰিটিছ সংসদীয় নির্বাচনত ঋষি সুনাক পৰাস্ত তেনেহ’লে কিয় প্ৰধানমন্ত্ৰীয়ে তেওঁক অভিনন্দন জনালে জানক

ভাৰতীয় মূলৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী তথা কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা ঋষি সুনাকে নিজৰ পৰাজয় মানি লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুনকক অভিনন্দন জনায়। তেওঁ কয় যে ইউ.কেত আপোনাৰ প্ৰশংসনীয় নেতৃত্ব আৰু কাৰ্যকালত ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত ঋষি সুনকক তেওঁৰ সক্ৰিয় অৱদানৰ বাবে ধন্যবাদ জনায়। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ঋষি সুনকক আৰু তেওঁৰ পৰিয়ালক ভৱিষ্যতৰ বাবে শুভকামনা […]

কোপা আমেৰিকাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনাৰ ! পেনাল্টীত ইকুৱেডৰৰ বিৰুদ্ধে ২-৪ গ’লত জয়লাভ

এমিলিয়ানো মাৰ্টিনেজ ২০২২ চনৰ বিশ্বকাপৰ ফাইনেলত নায়ক হৈছিল। আৰ্জেণ্টিনাৰ গ’লৰক্ষক অবিহনে লিয়োনেল মেছিয়ে কাটাৰত অনুষ্ঠিত বিশ্বকাপ জিকিব নোৱাৰিলেহেঁতেন।। ইকুৱেডৰৰ বিৰুদ্ধে টাইব্ৰেকাৰত দলটো জয়ী হোৱাত তেওঁ প্ৰধান ভূমিকা লয়। টাইব্ৰেকাৰত মেছিয়ে গ’ল কৰিবলৈ ব্যৰ্থ হৈছিল। মাৰ্টিনেজে সেই বিফলতাক সামৰি লৈছিল। খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ’লত সমাপ্ত হৈছিল। কোপা-ৰ নিয়ম অনুসৰি, নিৰ্ধাৰিত ৯০ মিনিটৰ খেলৰ পিছত, পোনপটীয়া […]

Wordpress Social Share Plugin powered by Ultimatelysocial